দৈনিক বাতৰি

ফোন নম্বৰৰ সৈতে নামেৰে CALL আহিব আপোনালৈ; টেলিকম কোম্পানীসমূহলৈ নিৰ্দেশনা

শীঘ্ৰে আপোনাৰ ম’বাইল ফ’নৰ স্ক্ৰীণত কল আহিলে নম্বৰৰ লগতে কল কৰোঁতাৰ নামো দেখা পাব। সূত্ৰই জনোৱা অনুসৰি, দূৰসংযোগ বিভাগে টেলিকম কোম্পানীসমূহক যিকোনো এটা চাৰ্কলত...

অষ্টম বেতন আয়োগ গঠনত অনুমোদন মোদী চৰকাৰৰ; কিমান বৃদ্ধি হ’ব দৰমহা?

কেন্দ্ৰীয় চৰকাৰে লাখ লাখ কৰ্মচাৰী আৰু পেঞ্চনভোগীৰ সৈতে জড়িত এটা অতি গুৰুত্বপূৰ্ণ পদক্ষেপত চূড়ান্ত অনুমোদন দিছে। অষ্টম বেতন আয়োগৰ গঠনত অন্তিম মঞ্জুৰী লাভ কৰিছে।...

দিল্লীত কৃত্ৰিম বৰষুণৰ বাবে ডাৱৰত কিমান আৰ্দ্ৰতাৰ প্ৰয়োজন? কেনেকৈ সৃষ্টি কৰা হয় কৃত্ৰিম বৰষুণ?

দিল্লীত বায়ুমণ্ডলৰ উন্নতি সাধনৰ বাবে কৃত্ৰিম বৰষুণৰ প্ৰস্তুতি চলি আছে। দীপাৱলীৰ পিছত ইয়াৰ বায়ু একেৰাহে আঠ দিন ধৰি বায়ু প্ৰদূষণৰ ভয়াৱহ শ্ৰেণীত ৰৈ গৈছে।...

পাটাছাৰকুছিত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ সুবিশাল ব্ৰঞ্জৰ আবক্ষ মূৰ্তিৰ নিৰ্মাণ সম্পূৰ্ণ

পাটাছাৰকুছিৰ প্ৰাগজ্যোতি ক্লাবৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ এটি বিশাল ব্ৰঞ্জৰ আবক্ষ মূৰ্তিৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছে। পাটাছাৰকুছি পৰিদৰ্শন বঙলাৰ চৌহদত...

শুল্ক যুদ্ধত জয়লাভ কৰিব ভাৰতে! ৫০%ৰ পৰা ১৫-১৬%লৈ হ্ৰাস হ’ব পাৰে শুল্কৰ বোজা

ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত বাণিজ্যিক সম্পৰ্কৰ প্ৰসংগত এটা অতি উল্লেখযোগ্য খবৰ প্ৰকাশ পাইছে। দুয়োখন দেশৰ মাজত এখন গুৰুত্বপূৰ্ণ বাণিজ্যিক চুক্তিৰ ওপৰত আলোচনা চূড়ান্ত...

Popular