দৈনিক বাতৰি

গুৱাহাটীত গাড়ী চুৰি কাৰ্যত লিপ্ত যুৱতী, ৩ যুৱতীয়ে চুৰি কৰিলে ৩খনকৈ বাহন

এইবাৰ গাড়ী চুৰি কাৰ্যত লিপ্ত যুৱতী। মহানগৰীত মণিপুৰৰ ৩ যুৱতীয়ে চুৰি কৰিলে ৩খনকৈ বাহন। দিছপুৰ আৰক্ষী জালত বৃহৎ মহিলা গাড়ী চুৰি চক্ৰ। কেইদিনমান পূৰ্বে...

বান্ধৱীৰে সুৰাপান কৰি ৰাজপথত তাণ্ডৱ, বেলতলাত সন্ত্ৰাসৰ সৃষ্টি কৰা যুৱতীগৰাকী কোন?

সুৰাই মানুহক ক’ৰ ক’লৈ লৈ যাব পাৰে এবাৰ ভাবক। সুৰাৰ বাবেই বাৰে বাৰে সংঘটিত হয় ভয়ংকৰ ঘটনা। হোলীৰ দিনাও সুৰাৰ বাবেই গুৱাহাটীত সংঘটিত হ'ল...

মিঠাই খোৱাৰ পূৰ্বে এশবাৰ ভাবক, অসাধু ব্যৱসায়ীয়ে আপোনাকো খুৱাব পাৰে গাঞ্জা মিহলি মিঠাই

আশাৰ সঞ্চাৰ কঢ়িয়াই অনা ফাকুৱাক লৈ দেশজুৰি আনন্দ। দেশৰ ইমূৰৰ পৰা সিমূৰলৈ ফাকু খেলি আনন্দ-উল্লাস কৰা দেখা গৈছে সকলোকে। ইয়াৰ মাজতে সংঘটিত হৈছে সকলোকে...

কলিয়াবৰত বনৰীয়া ম’হৰ ত্ৰাস

কলিয়াবৰত বনৰীয়া ম'হৰ ত্ৰাস। বিগত এমাহে এটা বনৰীয়া ম'হৰ বিচৰণত শংকিত কলিয়াবৰ জমখলা গাঁৱৰ ৰাইজ। কেতিয়াবা পথাৰত, কেতিয়াবা বাহঁনীৰ তলত, কেতিয়াবা ঘৰৰ পাছফালৰ বাৰীত...

গুৱাহাটীৰ ৰাজপথত তাণ্ডৱ চলালে সুৰাপায়ী যুৱতীয়ে

সুৰাৰ অবিহনে যেন উদযাপন কৰিব নোৱাৰে একাংশই। সুৰাৰ বাবেই সময়ে সময়ে একাংশই ম্লান কৰে উৎসৱৰ আনন্দ। হোলীৰ নিশা গুৱাহাটীত অনাকাংক্ষিত ঘটনা। গুৱাহাটীৰ ৰাজপথত তাণ্ডৱ...

Popular