দৈনিক বাতৰি

মঙল গ্ৰহত পোৱা গৈছে প্রথমটো শিলৰ টুকুৰা

নাছাৰ পার্ছেভাৰেঞ্চ ৰ’ভাৰে অৱশেষত দুটাকৈ শিলৰ নমুনা সংগ্রহ কৰিবলৈ সক্ষম হৈছে মঙল গ্ৰহত৷ বিগত কিছুদিন ধৰি শিলৰ নমুনা সংগ্রহত পার্ছেভাৰেঞ্চ ৰ’ভাৰ ব্যর্থ হ’লেও যোৱা...

গুজৰাটৰ নতুন মুখ্যমন্ত্ৰী হ’ব ভূপেন্দ্ৰ পেটেল

প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ গৃহৰাজ্য গুজৰাটৰ নতুন মুখ্যমন্ত্ৰী হ’ব ভূপেন্দ্ৰ পেটেল। ভূপেন্দ্ৰ পেটেলে বিজয় ৰুপানীৰ ঠাইত গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিব। কেন্দ্ৰীয় পৰ্যবেক্ষক নৰেন্দ্ৰ...

তালিবান চৰকাৰ : প্রথমবাৰৰ বাবে বিবৃতি প্রকাশ কৰিলে ভাৰতে

তালিবানে আফগানিস্তান দখল কৰাৰ পিছৰ পৰিস্থিতিক লৈ প্রথমবাৰৰ বাবে বিবৃতি প্রকাশ কৰিলে ভাৰতে। অষ্ট্রেলিয়াৰ বিত্তমন্ত্রী আৰু প্রতিৰক্ষা মন্ত্রীৰ সৈতে বৈঠকত মিলিত হোৱাৰ পিছত কেন্দ্রীয়...

নিমাতীঘাট Tragedy : কাৰ আশীৰ্বাদত বলীয়ান পানীৰাম কলিতা?

মুখ্যমন্ত্রীৰ নিৰ্দেশৰ পিছতেই এতিয়া তৎপৰ হৈ পৰিছে যোৰহাট আৰক্ষী। শনিবাৰে নিশা নিমাতী দুৰ্ঘটনাৰ লগত জড়িত থকাৰ অভিযোগত আটক কৰে ৯জন লোকক। বুধবাৰে বিয়লি ৰাজ্য...

কাইলৈ অসমলৈ আহিব জনজাতীয় পৰিক্ৰমা মন্ত্ৰী অৰ্জুন মুণ্ডা

কাইলৈ পৰা ২ দিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব জনজাতীয় পৰিক্ৰমা মন্ত্ৰী অৰ্জুন মুণ্ডা। এই ভ্ৰমণকালত জনজাতীয় পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ জনজাতীয় লোকসকলৰ সৱলীকৰণৰ বাবে প্ৰস্তুত...

Popular