দৈনিক বাতৰি

বেংক লুট কৰিবলৈ গৈ আৰক্ষীৰ গুলীত নিহত ৩টাকৈ ডকাইত

কোকৰাঝাৰত নিশা আৰক্ষী আৰু ডকাইতৰ এটা দলৰ মাজত সংঘটিত হয় প্ৰচণ্ড গুলীয়াগুলী। আৰক্ষীৰ গুলীত নিহত হয় ৩টাকৈ ডকাইত। ভোটগাঁও এলাহাবাদ বেংকৰ সমীপত সংঘটিত হয়...

আফগানিস্তানত খাদ্য সংকট, ক্ষতিগ্ৰস্ত স্বাস্থ্যখণ্ড

তালিবানৰ অধিগ্ৰহণে আফগানিস্তানত কেইবাটাও মানৱীয় সংকটৰ সৃষ্টি কৰিছে, যাৰ ভিতৰত আটাইতকৈ ক্ষতিগ্ৰস্ত হৈছে স্বাস্থ্যখণ্ড। বিশ্ব স্বাস্থ্য সংস্থাই শনিবাৰে এক বিবৃতি জাৰি কৰি আফগানিস্তানৰ স্বাস্থ্য...

উচ্চতৰ মাধ্যমিকত লাভ কৰা নম্বৰৰ ভিত্তিতেই কটনত হ’ব নামভৰ্তি

কটন বিশ্ববিদ্যালয়ৰ স্নাতক শাখাৰ নামভৰ্তি পৰীক্ষা বাতিলকটন বিশ্ববিদ্যালয় কৰ্তৃপক্ষই জাননীযোগে সদৰী কৰিছে এই কথাউচ্চতৰ মাধ্যমিক পৰীক্ষাত লাভ কৰা নম্বৰৰ ভিত্তিতেই কটনত হ’ব নামভৰ্তিঅনলাইন আবেদনৰ...

তালিবানক সমৰ্থন : AIUDFৰ সা:সম্পাদকক নিলম্বন

ফেচবুকত তালিবানৰ সমৰ্থনত পোষ্ট দি গ্ৰেপ্তাৰ হোৱাৰ পিছতে সাধাৰণ সম্পাদক ফজলুল কৰিম কাছিমিক নিলম্বন AIUDFৰ। আইনে নিজৰ পথ ল'ব বুলি প্ৰকাশ কৰি AIUDFৰ প্ৰচাৰৰ...

জ’ বাইডেনক কিয় সমৰ্থন কৰিছিল ওছামা বিন লাডেনে?

কুখ্যাত আল কায়েদা নেতা ওছামা বিন লাডেনে ২০১০ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি পদৰ বাবে জ' বাইডেনক সমৰ্থন কৰি কৈছিল যে বাইডেনে 'আমেৰিকা যুক্তৰাষ্ট্ৰক সংকটলৈ...

Popular