দৈনিক বাতৰি

তালিবানক সমৰ্থন কৰা ভাৰতীয় মুছলমানক সকীয়নি নাছিৰুদ্দিন শ্বাহৰ

বৰ্ষীয়ান অভিনেতা নাছিৰুদ্দিন শ্বাহে সেই 'ভাৰতীয় মুছলমানসকলৰ' বিৰুদ্ধে দৃঢ়ভাৱে মুখ খুলিছে যিসকলে 'আফগানিস্তানত তালিবানৰ ক্ষমতা ঘূৰি অহাৰ বাবে উছাহ উদ্দীপনা প্ৰদৰ্শন কৰিছে'। ইয়াক বিপদজনক...

বাংলাদেশৰ বাবে ভাৰতৰ বিশেষ উপহাৰ

বাংলাদেশ পালেগৈ ভাৰতে উপহাৰ হিচাপে দিয়া দুটা ভ্ৰাম্যমাণ অক্সিজেন প্ৰকল্প। ভাৰতীয় নৌসেনাৰ জাহাজ INS সাবিত্ৰী বৃহস্পতিবাৰে ৰাতিপুৱা চিটাগঙত উপস্থিত হৈছে। DRDOৰ দ্বাৰা নিৰ্মাণ কৰা...

পুনৰ আৰম্ভ হৈছে মাজুলী-যোৰহাট সংযোগী ফেৰী সেৱা

আজিৰ পৰা পুনৰ আৰম্ভ হৈছে মাজুলী-নিমাতীঘাট সংযোগী ফেৰী সেৱা। অৱশ্যে এই ফেৰী চলাচলত নতুন চৰ্তাৱলী ধার্য কৰিছে। পৰৱৰ্তী জাননী জাৰি নকৰালৈকে  চাৰি চকীয়া বাহন...

জনপ্ৰিয় অভিনেতা সিদ্ধাৰ্থ শুক্লাৰ মৃত্যু

টেলিভিছন ধাৰাবাহিকৰ জনপ্ৰিয় অভিনেতা সিদ্ধাৰ্থ শুক্লাৰ মৃত্যুহৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয় অভিনেতা জনৰBig Boss 13ৰ বিজেতা আছিল সিদ্ধাৰ্থ শুক্লাKhatron Ke Khiladi Season 7ৰ বিজেতা...

গৰুক ৰাষ্ট্ৰীয় জন্তু হিচাপে স্বীকৃতি দিয়ক : এলাহাবাদ উচ্চ ন্যায়ালয়

উত্তৰ প্ৰদেশৰ গো-হত্যা আইনৰ অধীনত গোচৰ ৰুজু কৰা এজন ব্যক্তিৰ জামিন আবেদন নাকচ কৰি বুধবাৰে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ শেখৰ কুমাৰ যাদৱে কেন্দ্ৰীয় চৰকাৰক...

Popular