ইষ্টাৰ্ণ কমাণ্ডৰ জে: অফিচাৰ C-in-C পদত অসমৰ ৰাণা প্ৰতাপ কলিতা

লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাক কলকাতাৰ ফৰ্ট উইলিয়ামছৰ ইষ্টাৰ্ণ কমাণ্ডৰ জেনেৰেল অফিচাৰ কমাণ্ডিং ইন চীফ হিচাপে নিযুক্তি দিয়া হৈছে। এই পদত অধিষ্ঠিত হোৱা অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমজন ব্যক্তি লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা।

লেফটেনেণ্ট জেনেৰেল কলিতা – অসমৰ গোৱালপাৰাৰ সৈনিক বিদ্যালয় (SSG) আৰু ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীৰ (NDA)ৰ প্ৰাক্তন ছাত্ৰ। পূৰ্বতে তেওঁৰ উৎকৃষ্ট সেৱাৰ বাবে ‘সেনা পদক’ আৰু ‘বিশিষ্ট সেৱা পদক’ (দুবাৰ) প্ৰদান কৰা হৈছিল।

Assam's Lt Gen Rana Pratap Kalita Awarded with Uttam Yudh Seva Medal -  Sentinelassam

কাশ্মীৰ উপত্যকাৰ উৰি চেক্টৰত ‘ফেদায়েইন আক্ৰমণ’ৰ পিছত বাৰামুল্লাত XIX Infantry Divisionৰ জেনেৰেল অফিচাৰ কমাণ্ডিং হিচাপে তেওঁৰ কাৰ্যকালত দেশৰ প্ৰতি তেওঁৰ উৎকৃষ্ট প্ৰদৰ্শন আৰু সেৱাৰ বাবে তেওঁক সন্মানীয় ‘অতি বিশিষ্ট সেৱা পদক’ প্ৰদান কৰা হৈছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

জ্যোতি চিত্ৰবনত কাইলৈ মুক্তি পাব নতুন অসমীয়া ছবি ‘NRC (নলপাৰাৰ ৰাম চন্দ্ৰ)’ৰ MOTION POSTER

ছবিগৃহলৈ আহিবলৈ সাজু হৈছে এখন নতুন অসমীয়া ছবি ‘NRC...

‘ভাৰতে অংশ ল’ব’, পাকিস্তানৰ দাবীক লৈ চৰ্চা

দক্ষিণ এছিয়া গেমছক লৈ আহিল এক গুৰুত্বপূৰ্ণ খবৰ। ২০২৭...

ভাৰতত ক্ৰিকেটৰ গ্লেমাৰ কমিল নেকি? BCCIৰ স্পনছৰশ্বিপত নাই সঁহাৰি!

ভাৰতীয় ক্ৰিকেট দলৰ টাইটেল স্পনছৰশ্বিপ ৰাইটছ বিক্ৰীৰ ক্ষেত্ৰত বিপাঙত...