দৈনিক বাতৰি

মঙলবাৰে NSCN(I-M)ৰে আলোচনাত বহিব চৰকাৰ

মঙলবাৰে NSCN(I-M)ৰে আলোচনাত বহিব চৰকাৰআলোচনাত বহিব মধ্যস্থতাকাৰী এ কে মিশ্ৰভাগ ল’ব NSCN(I-M)ৰ সাধাৰণ সম্পাদক টি মুইভাইনেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মায়ো ভাগ ল’ব আলোচনাতডিমাপুৰৰ ছুমুকেডিমা...

টিংকুপানীত সেনা-আৰক্ষীৰ অভিযান | গ্ৰেপ্তাৰ আলফা (স্বা)ৰ কেডাৰ

অসম-অৰুণাচল সীমান্তৰ টিংকুপানীত সেনা-আৰক্ষীৰ অভিযান। আছাম ৰাইফলছ আৰু অসম আৰক্ষীৰ যুটীয়া অভিযানত গ্ৰেপ্তাৰ আলফা (স্বা)ৰ কেডাৰ সমীৰণ সোণোৱাল ওৰফে যাদৱ অসম। টিংকুপানী সংৰক্ষিত বনাঞ্চলৰ...

এথলেটিকচৰ ৰাষ্ট্ৰীয় পৰ্যায়ত অম্লান বৰগোহাঁইৰ সাফল্য

• এথলেটিকচৰ ৰাষ্ট্ৰীয় পৰ্যায়ত নৱতম তাৰকা অম্লান বৰগোহাঁইৰ সাফল্য• ২০০ মিটাৰত ২০.৭৫ ছেকেণ্ডত ব্যক্তিগত শ্ৰেষ্ঠতম প্ৰদৰ্শন অম্লানৰ• ৰাজ্যিক অভিলেখ আৰু মীট ৰেকৰ্ডসহ সোণৰ পদক...

আজি IPLৰ মহাৰণত CSK vs MI

ক’ভিড–১৯ৰ ভয়াৱহ পৰিস্থিতিৰ বাবে স্থগিত ৰখা ২০২১ৰ আই পি এল আজিৰে পৰা পুনৰ আৰম্ভ হ’ব। ইউনাইটেড আৰব এমিৰেটছত পুনৰ আৰম্ভ হ’বলগীয়া মেগা ইভেণ্টখনৰ দ্বিতীয়...

যুৱৰাজ সিঙে AMCলৈ আগবঢ়োৱা ক্ৰিটিকেল কেয়াৰ ইউনিট উদ্বোধন কেশৱ মহন্তৰ

ভাৰতৰ তাৰকা ক্ৰিকেটাৰ যুৱৰাজ সিঙে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়লৈ আগবঢ়োৱা ৫০খন বিচনাৰ 'ক্ৰিটিকেল কেয়াৰ ইউনিট' (চিচিইউ) এটা আজি আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰে...

Popular