ৱেষ্ট ইণ্ডিছৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত ভাৰতৰ সহজ জয়

0 109

ৱেষ্ট ইণ্ডিছৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত ভাৰতৰ সহজ জয়। আহমেদাবাদত অনুষ্ঠিত হোৱা এদিনীয়া শৃংখলাৰ প্ৰথমখন মেচত ৬ উইকেটত পৰাস্ত কৰে কেৰাবিয়ান বাহিনীক। টচত জয় লাভ কৰি বলিঙৰ নিৰ্ণয় লয় ভাৰতে।

ৱাশ্বিংটন সুন্দৰ আৰু চহলৰ দুৰ্দান্ত বলিঙৰ ফলত ১৭৬ ৰানতে বেটিং সমাপ্ত কৰে ৱেষ্ট ইণ্ডিছে। লক্ষ্য অনুসৰণ কৰি ২৮ অভাৰত খেলখনত জয় লাভ টীম ইণ্ডিয়াৰ। ভাৰতৰ হৈ বেটিঙত ৰোহিত শৰ্মাই সৰ্বাধিক ৬০ ৰান কৰে। উল্লেখযোগ্য যে এইখন ভাৰতৰ ১০০০তম এদিনীয়া মেচ আছিল।

Leave A Reply

Your email address will not be published.