দৈনিক বাতৰি

কাছাৰৰ কুৰকুৰী চাহ বাগিচাত খাদ্যত বিষক্ৰিয়া, বিষাক্ত খিচিৰি খাই মৃত্যু এগৰাকী মহিলাৰ

কাছাৰৰ কুৰকুৰী চাহ বাগিচাত খাদ্যত বিষক্ৰিয়াৰ ঘটনা। বিষক্ৰিয়াত আক্ৰান্ত হৈ স্বৰমতী মুণ্ডা নামৰ এগৰাকী ৫০ বছৰীয়া মহিলাই মৃত্যুক সাবটি লৈছে। কাটিগড়া সমষ্টিৰ চাহ বাগিচাখনত...

উদ্ধাৰ হ’ল জেনেৰেল বিপিন ৰাৱাটৰ দুৰ্ঘটনাগ্ৰস্ত হেলিকপ্টাৰৰ ব্লেক বক্স

উদ্ধাৰ কৰা হ’ল চিডিএছ জেনেৰেল বিপিন ৰাৱাটৰ দুৰ্ঘটনাগ্ৰস্ত হেলিকপ্টাৰৰ ব্লেক বক্স। দুৰ্ঘটনাস্থলীৰ পৰা তদন্তকাৰী দলে হেলিকপ্টাৰৰ ব্লেক বক্সটো উদ্ধাৰ কৰাৰ পিছতে তদন্তৰ বাবে লৈ...

কেন্দ্ৰৰ সাহায্য তালিকাত স্থান নাপালে ক’ভিডত মৃত্যু হোৱা অসমৰ এজনো সাংবাদিকে

মহামাৰী ক'ভিড -১৯ত মৃত্যু হোৱা ১৯ ৰাজ্যৰ ১২৩ গৰাকী সাংবাদিকৰ পৰিয়ালক ৬ কোটি ১৫ লাখ টকা আৰ্থিক সাহায্য প্ৰদান কৰে কেন্দ্ৰীয় চৰকাৰে। কিন্ত উদ্বেগজনক...

সেনা হেলিকপ্টাৰ দুৰ্ঘটনাত পত্নীসহ CDS জেনেৰেল বিপিন ৰাৱাটৰ মৃত্যু

CDS জেনেৰেল বিপিন ৰাৱাটৰ মৃত্যুহেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু CDS বিপিন ৰাৱাটৰমিলনাডুৰ কুন্নুৰত দুপৰীয়া ১২.৪০ বজাত সংঘটিত হৈছিল দুৰ্ঘটনাআনুষ্ঠানিক ঘোষণা ভাৰতীয় বায়ুসেনা বাহিনীৰ

বিতৰ্কিত হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাক আটক

সাম্প্ৰদায়িক অশান্তিৰ অভিযোগত আটক সত্যৰঞ্জন বৰাবিধায়ক আমিনুল ইছলামৰ বাসগৃহলৈ যোৱাৰ পথত আটকআৰক্ষীৰ বাধা নেওচি আমিনুল ইছলামৰ বাসগৃহলৈ গৈছিলনগাঁও জিলাৰ উচ্চপদস্থ আৰক্ষী বিষয়াই বিধায়কৰ বাসগৃহলৈ...

Popular