জনজাতিকৰণ আৰু ভূমিপট্টা প্ৰদানৰ দাবীত উত্তাল প্ৰতিবাদ

জনজাতিকৰণ আৰু ভূমিপট্টা প্ৰদানৰ দাবীত উত্তাল প্ৰতিবাদ। আদিবাসী জাতীয় মহাসভাৰ উদ্যোগত তিনি ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী। চিৰাং জিলাৰ সদৰ কাজলগাঁৱত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী।

চৰকাৰক শীঘ্ৰে জনজাতিকৰণ আৰু ভূমিপট্টা প্ৰদানৰ দাবী প্ৰতিবাদকাৰীৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২০২৭ৰ এদিনীয়া বিশ্বকাপত ভাৰত-পাকিস্তানৰ মেচ চাবলৈ ৮৪ লাখৰো অধিক আবেদন! ষ্টেডিয়ামত আসন মাত্ৰ ৩৪ হাজাৰ

ক্ৰিকেট বিশ্বৰ অন্যতম চৰ্চিত প্ৰতিদ্বন্দ্বিতা ভাৰত-পাকিস্তানৰ মেচক লৈ অনুৰাগীৰ...

অগ্নিবীৰসকলৰ বাবে সুখবৰ! ৪ বছৰৰ পৰিৱৰ্তে ৬ বছৰলৈ বৃদ্ধি সেৱাৰ ম্যাদ, কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

দেশৰ সশস্ত্ৰ বাহিনীত সেৱা আগবঢ়োৱা অগ্নিবীৰসকলৰ বাবে কেন্দ্ৰীয় চৰকাৰে...