জনজাতিকৰণ আৰু ভূমিপট্টা প্ৰদানৰ দাবীত উত্তাল প্ৰতিবাদ

জনজাতিকৰণ আৰু ভূমিপট্টা প্ৰদানৰ দাবীত উত্তাল প্ৰতিবাদ। আদিবাসী জাতীয় মহাসভাৰ উদ্যোগত তিনি ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী। চিৰাং জিলাৰ সদৰ কাজলগাঁৱত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী।

চৰকাৰক শীঘ্ৰে জনজাতিকৰণ আৰু ভূমিপট্টা প্ৰদানৰ দাবী প্ৰতিবাদকাৰীৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৃথিৱীৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণৰ আকাংক্ষা; ৪টা নতুন সামৰিক ঘাটি নিৰ্মাণ কৰিব বিচাৰিছে আমেৰিকাই

বিশ্বৰ ৮০খন দেশৰ কমেও ৭৫০টা সামৰিক ঘাটি আমেৰিকাৰ নিয়ন্ত্ৰণত...

ইলন মাস্কৰ দৰমহাৰে ইখনৰ পিছত সিখন দেশ ক্ৰয় কৰিব পাৰিব আপুনি…

কিমান টকা হ'লে বহুত টকা বুলি কোৱা হয়? এক...

বিশ্বৰ ১৯০খন দেশৰ অৰ্থনীতিতকৈও ডাঙৰ এটা কোম্পানী

কোম্পানীটোৰ নাম Nvidia। এই আমেৰিকান কোম্পানীটো বিশ্বৰ ১৯০খন দেশৰ...

Exclusive | দিল্লী বিস্ফোৰণত ব্যৱহৃত হ্যুণ্ডাই i20 বাহনৰ সবিশেষ

CC কেমেৰাত দিল্লী বিস্ফোৰণত ব্যৱহৃত হ্যুণ্ডাই i20 বাহনৰ দৃশ্য।...