৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত বাগৰি পৰিল প্ৰকাণ্ড গছ, থিতাতে মৃত্যু যুৱকৰ

৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত বাগৰি পৰিল প্ৰকাণ্ড গছ। জোনাইৰ লাইমেকুৰী ৰাকুত ককেত ভয়ংকৰ পথ দুৰ্ঘটনা।

থিতাতে এজন লোকৰৰ মৃত্যু ঘটে। এজোপা প্ৰকাণ্ড গছ ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত বাগৰি পৰাত মৃত্যু এজন লোকৰ।

ধেমাজি জিলাৰ জোনাই মহকুমাৰ অন্তৰ্গত ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লাইমেকুৰীৰ ৰাকুত ককেত লাইমেকুৰীৰ পৰা বৈকুণ্ঠপুৰ অভিমুখে আহি থকা এখন AS 01 AD6502 নম্বৰৰ এখন বেগনাৰ এই দুৰ্ঘটনা পতিত হয়।

লোকজনৰ নাম ৰুছটম দলে ওৰফে ৰাজা দলে। এই দুৰ্ঘটনাত এজোপা প্ৰকাণ্ড শুকান গছ ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত ভাঙি পৰাত সেই AS 01 AD6502 নম্বৰৰ বাহনখনৰ ওপৰত পৰে । লগে লগে ৰামধন মালী গাঁৱৰ ৰুছটম দলে নামৰ যুৱকজন মৃত্যু ঘটে।

NKTV Digital
Author: NKTV Digital

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

বিশ্বৰ ১০খন শ্ৰেষ্ঠ যুঁজাৰু বিমান

লকহীড মাৰ্টিন এফ-৩৫ লাইটনিং II (আমেৰিকা)  এই পঞ্চম প্ৰজন্মৰ গোপন...

মাওবাদী নেতা বাসৱৰাজু কোন আছিল?

দশকৰ পিছত দশক ধৰি মাওবাদীৰ বিৰুদ্ধে সম্ভৱতঃ সবাতোকৈ সফল...

পলকতে জানি লওক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ

দেৰগাঁৱত আজি অনুষ্ঠিত হ'ল ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক। ৰাজ্যিক...