দৈনিক বাতৰি

এইবাৰ ড্ৰাগছ সৰবৰাহত নামিছে মহিলা

ড্ৰাগছৰ বেহাত জড়িত মহিলা ৷ তিনিচুকীয়া জিলাৰ কাকপথাৰৰ চেলেংগুৰীত ড্ৰাগছসহ গ্ৰেপ্তাৰ মহিলা। ধৃত মহিলাগৰাকীৰ নাম মইনা হাজৰিকা। মহিলাগৰাকীৰ পৰা ৫০ হাজাৰ, ১২ গ্ৰাম হেৰইন...

ৰাজীৱ গান্ধী হত্যাকাণ্ডৰ দোষী এ জি পেৰাৰিভালনক জামিন

উচ্চতম ন্যায়ালয়ে বুধবাৰে ৰাজীৱ গান্ধী হত্যাকাণ্ডৰ দোষী এ জি পেৰাৰিভালনক জামিন প্ৰদান কৰে। পেৰাৰিভালন জামিনৰ বাবে যোগ্য হয় নে নহয় সেই বিষয়টো শীৰ্ষ আদালতৰ...

দ্ৰুতবেগী আল্ট্ৰা বাছে মহতিয়াই নিলে শিশু-মহিলাক, থিতাতে নিহত দুজন

পুনৰ আন এক শোকাৱহ পথ দুৰ্ঘটনা। ভয়ংকৰ দুৰ্ঘটনাত মৃত্যু ঘটিল দুগৰাকী লোকৰ। জাগীৰোডৰ ধৰমতুল শান্তিপুৰত শোকাৱহ পথ দুৰ্ঘটনা। তীব্ৰবেগী আল্ট্ৰা বাছে মহতিয়াই নিয়ে শিশু...

ইউক্ৰেইনিয়ান সেনাৰ হাতত নিহত ৰুছৰ শীৰ্ষস্থানীয় সামৰিক বিষয়া

ইউক্ৰেইনিয়ান সেনাৰ হাতত নিহত ৰুছৰ শীৰ্ষস্থানীয় সামৰিক বিষয়ামৃত্যুমুখত পৰিল মেজৰ জেনেৰেল ভিটালী গেৰাছিমভপুটিনৰ সেনাৰ দ্বিতীয় শীৰ্ষস্থানীয় পদত আছিল ভিটালী গেৰাছিমভইউক্ৰেইনৰ প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ৰ মতে খাৰ্কিভত...

কিমান কোটিৰ কেলেংকাৰী কৰি গ্ৰেপ্তাৰ হ’ল প্ৰভাত কলিতা?

জলসিঞ্চন বিভাগৰ গাণনিক প্ৰভাত কলিতাক গ্ৰেপ্তাৰ৪ কোটি টকীয়া কেলেংকাৰীৰ অভিযোগত গ্ৰেপ্তাৰ গাণনিকজনকনিশা গুৱাহাটীস্থিত নিজা বাসগৃহৰ পৰা টংলা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰেঅন্তৰ্ৱৰ্তীকালীন জামিন নাকচৰ পিছতেই নিশাই...

Popular