আজি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেবৰ পবিত্ৰ আৰ্ৱিভাৱ তিথি

0 134

আজি মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ ৫৩৩ সংখ্যক আৰ্ৱিভাৱ তিথি। ৰাজ্যৰ নামঘৰে নামঘৰে পালন কৰা হৈছে মাধৱদেৱৰ আৰ্ৱিভাৱ তিথি। গুৰুজনাৰ পদৰঞ্জিত যোৰহাটৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত বৰ্ণাঢ্য অনুষ্ঠান। গুৰুজনাৰ পৱিত্ৰ জন্ম তিথিত মিলন ঘটিল সাতভনীৰ। উত্তৰ পূৰ্বাঞ্চলৰ সাতোখন ৰাজ্যৰ লগতে অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ সংস্কৃতিৰ সমাহাৰেৰে ওলিওৱা হ’ল বৰ্ণিল শুভাযাত্ৰা। অনুষ্ঠানৰ শুভাৰম্ভ কৰে সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই।

Leave A Reply

Your email address will not be published.