শিক্ষাত কালিমা! ছাত্ৰ-ছাত্ৰীৰ পেটৰ ভাত কাঢ়ি নিলম্বিত দুখন বিদ্যালয়ৰ অধ্যক্ষ

ওদালগুৰিৰ দুখন বিদ্যালয়ৰ অধ্যক্ষক নিলম্বন কৰা হৈছে।
নিলম্বন কৰা হৈছে পানেৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ হেমন্ত তালুকদাৰ আৰু বিশ্ব শান্তি বিদ্যালয়ৰ প্ৰধান আচাৰ্য ননীগোপাল শৰ্মাক। বিটিচিৰ শিক্ষা বিভাগে এক নিৰ্দেশনাযোগে নিলম্বিত কৰে দুয়োকে। দুয়োৰে বিৰুদ্ধে মধ্যাহ্ন ভোজন আৰু বিদ্যালয় ধন অপব্যৱহাৰ অভিযোগত বিটিচিৰ শিক্ষা বিভাগে নিলম্বিত কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বিশ্বৰ একমাত্ৰ দ্বীপ; য’ত ৬ মাহ ফ্ৰান্স আৰু ৬ মাহ স্পেইনৰ শাসন চলে

ইউৰোপত এনে এক অদ্ভূত নদী দ্বীপ আছে, য’ত শতিকা...

কেতিয়াবা বন্ধুত্ব, কেতিয়াবা সংঘাত: কিয় ইমান জটিল পাকিস্তান আৰু ইৰানৰ সম্পৰ্ক?

পাকিস্তানৰ সেনা প্ৰধান ফিল্ড মাৰ্শ্বাল আছিম মুনীৰে ইৰান আৰু...