স্কুললৈ গো মাংস নিয়াৰ অপৰাধত প্ৰধান শিক্ষয়ত্ৰীক গ্ৰেপ্তাৰ

অৱশেষত গ্ৰপ্তাৰ হ’ল গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ হুৰকাচুঙি এম ই স্কুলৰ প্ৰধান শিক্ষয়িত্ৰী ডালিমন নেছ । লক্ষীপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে হুৰকাচুঙি এম ই স্কুলৰ প্ৰধান শিক্ষয়িত্ৰীগৰাকীক। বিদ্যালয়লৈ গো মাংস নিয়াৰ অপৰাধত আৰক্ষীয়ে গ্ৰপ্তাৰ কৰিছে প্ৰধান শিক্ষয়িত্ৰীগৰাকীক। গুণোৎসৱৰ মাজতে বিদ্যালয়ত গো নিয়াৰ অভিযোগ। প্ৰধান শিক্ষয়িত্ৰীগৰাকীৰ কাণ্ডত সৰ্বত্ৰ প্ৰতিক্ৰয়াৰ সৃষ্টি হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বিশ্বৰ একমাত্ৰ দ্বীপ; য’ত ৬ মাহ ফ্ৰান্স আৰু ৬ মাহ স্পেইনৰ শাসন চলে

ইউৰোপত এনে এক অদ্ভূত নদী দ্বীপ আছে, য’ত শতিকা...

কেতিয়াবা বন্ধুত্ব, কেতিয়াবা সংঘাত: কিয় ইমান জটিল পাকিস্তান আৰু ইৰানৰ সম্পৰ্ক?

পাকিস্তানৰ সেনা প্ৰধান ফিল্ড মাৰ্শ্বাল আছিম মুনীৰে ইৰান আৰু...