দৈনিক বাতৰি

ককা-আইতাৰ সৈতে ধোনীৰ জন্মদিন উদযাপন এম এছ ধোনী ফেন ক্লাব অসমৰ

ভাৰতক ৩টা ICC ট্ৰফীৰ সোৱাদ দিয়া সবল অধিনায়কৰ ৭ জুলাইত আছিল ওপজা দিন। ৪৪ বছৰত ভৰি দিলে প্ৰাক্তন ক্ৰিকেটাৰ এম এছ ধোনীয়ে। ধোনীৰ অসমত...

মূৰৰ মূল্য আছিল ৮ লাখ টকা; ছত্তীশগড় বনাঞ্চলৰ সংঘৰ্ষত নিহত মাওবাদী নেতা

ছত্তীশগড়ৰ বিজাপুৰত নিৰাপত্তাবাহিনীৰ গুলীত মৃত্যু হ’ল মাওবাদীৰ অন্যতম শীৰ্ষ নেতা সোধি কান্নাৰ। তেওঁৰ মূৰৰ দাম আছিল আঠ লাখ টকা। শুকুৰবাৰে বিজাপুৰৰ জংঘলত যৌথবাহিনীয়ে অভিযান...

হয় চুক্তি, নহয় উচ্চ শুল্ক! আজিৰে পৰা আমেৰিকাই বিভিন্ন দেশলৈ চিঠি প্ৰেৰণ কৰিব; ভাৰততো চলিছে জল্পনা-কল্পনা

আমেৰিকাই কেইবাখনো দেশৰ সৈতে বাণিজ্য চুক্তিৰ কথা-বতৰা চূড়ান্ত কৰি পেলাইছে। কিন্তু কিছু দেশৰ সৈতে চুক্তিৰ পথত হোৱাইট হাউছ আগবাঢ়িব পৰা নাই বা সেই দেশসমূহৰ...

BRICSৰ দেশসমূহক ট্ৰাম্পে দিয়া ভাবুকিক লৈ অসন্তুষ্টি প্ৰকাশ চীনৰ

শুল্কৰ ভয় দেখুৱাই অন্য দেশৰ ওপৰত জোৰ-জবৰদস্তি কৰাটো মানি ল’ব নোৱাৰি। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ‘ব্ৰিক্স’ক হুমকি দিয়াৰ পিছত চীনে এইদৰে প্ৰতিক্ৰিয়া জনাইছে। বেইজিঙৰ...

BRICS সন্মিলনত ‘আমেৰিকা বিৰোধী’ নীতি গ্ৰহণ কৰিলে দিয়া হ’ব ১০% অতিৰিক্ত কৰৰ বোজা

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ঘোষণা কৰিছে যে, ব্ৰিক্সৰ আমেৰিকা-বিৰোধী নীতিৰ সৈতে জড়িত দেশসমূহে মাৰ্কিন পণ্যৰ ওপৰত অতিৰিক্ত ১০ শতাংশ শুল্ক প্ৰদান কৰিব লাগিব। সোমবাৰে...

Popular