ইণ্ডো-তিব্বত সীমান্ত আৰক্ষীৰ ৯০০ কি:মি: চাইকেল যাত্ৰা

৭৫তম স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি অমৃত মহোৎসৱৰ অংশ স্বৰূপে ইণ্ডো-তিব্বত সীমান্ত আৰক্ষীৰ এটা দলে চাইকেলেৰে অতিক্ৰম কৰিছে দীৰ্ঘ দুৰত্ব। আই টি বিপিৰ জোৱানৰ এটা দলে স্বাধীনতা দিৱসৰ দিনা “যোদ্ধা স্বাগতম” শীৰ্ষক প্ৰায় ৯০০ কিলোমিটাৰ যোৰা এক দীঘলীয়া ৰেলীত অংশগ্ৰহণ কৰিছিল।

অৰুণাচল প্ৰদেশৰ ইটানগৰৰ পৰা শিলিগুৰীলৈ প্ৰায় ৯০০ কিলোমিটাৰ যোৰা এক দীঘলীয়া যাত্ৰা কৰা দলটো শনিবাৰে পুৱা মহানগৰীৰ সোণাপুৰৰ যোগদলস্থিত ৩৩নং আই টি বি পিৰ মুখ্য কাৰ্যালয়ত উপস্থিত হয়। ২১ জনীয়া দলটোক উষ্ম আদৰণি জনায় বেটেলিয়নটোৰ শীৰ্ষ বিষয়াসকলে। এই অনুষ্ঠানত উপস্থিত থাকে আই টি বিপিৰ জোৱানসকলৰ লগতে সহঃ অধিনায়ক চময় চোপ্ৰা, দ্বিতীয় অধিনায়ক সুবেশ সিং ৰাণাকে ধৰি কেইবাজনো শীৰ্ষ বিষয়া কৰ্মচাৰী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...