‘বুল্লি বাই’ এপৰ সৃষ্টিকৰ্তা নিৰজ বিষ্ণইৰ জামিন মঞ্জুৰ

  • ‘বুল্লি বাই’ এপৰ সৃষ্টিকৰ্তা নিৰজ বিষ্ণইৰ জামিন মঞ্জুৰ
  • ‘ছুল্লি ডীলছ’ এপৰ ওমকাৰেশ্বৰ ঠাকুৰৰো জামিন মঞ্জুৰ
  • মানৱীয়তাৰ ভিত্তিত জামিন লাভ দুই অভিযুক্তৰ
  • সোমবাৰে দিল্লী ন্যায়ালয়ে মঞ্জুৰৰ কৰে দুয়োৰে জামিন
  • জানুৱাৰীতে দুয়োজনকে বিতৰ্কিত ‘এপ’ সৃষ্টিৰ বাবে গ্রেপ্তাৰ কৰিছিল আৰক্ষীয়ে
  • ‘এপ’ত মুছলমান মহিলাৰ ফটো বিকৃত কৰি পোষ্ট কৰিছিল
  • যোৰহাটত ঘৰ অভিযান্ত্রিক ইঞ্জিনীয়াৰিঙৰ ছাত্র নিৰজৰ
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...