শান্তি চুক্তিৰ বাবে আলফা নেতৃত্বক ধন্যবাদ মুখ্যমন্ত্ৰীৰ

দিল্লীত আলফা-চৰকাৰৰ ঐতিহাসিক ত্ৰিপাক্ষিক শান্তি চুক্তি সম্পন্ন
গৃহ মন্ত্ৰ্যালয়ত চুক্তিত স্বাক্ষৰ কেন্দ্ৰ-ৰাজ্য চৰকাৰ আৰু আলফা নেতৃত্বৰ
আলফাৰ হৈ চুক্তিত স্বাক্ষৰ অৰবিন্দ ৰাজখোৱা, অনুপ চেতিয়াৰ
চৰকাৰৰ হৈ চুক্তিত স্বাক্ষৰ কেন্দ্ৰীয় গৃহ সচিব অজয় কুমাৰ ভাল্লাৰ
ৰাজ্যৰ মুখ্য সচিব পৱন বৰঠাকুৰেও স্বাক্ষৰ কৰে চুক্তিত
কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত স্বাক্ষৰ চুক্তিত
চুক্তিত স্বাক্ষৰ অনুষ্ঠানত উপস্থিত থাকে DGP জিপি সিং
চুক্তিৰ দফাসমূহ শীঘ্ৰে কাৰ্যকৰীকৰণৰ আহ্বান আলফাৰ
আলফাৰ ইতিহাস আছিল এক ৰক্তাক্ত ইতিহাস: মুখ্যমন্ত্ৰী
‘হিংসাত্মক ঘটনাত মৃত্যু হৈছে প্ৰায় ১০ হাজাৰ লোকৰ’
আলফাৰ ইতিহাস আছিল এক ৰক্তাক্ত ইতিহাস: মুখ্যমন্ত্ৰী
‘হিংসাত্মক ঘটনাত মৃত্যু হৈছে প্ৰায় ১০ হাজাৰ লোকৰ’
লাহে লাহে সলনি হৈছিল পৰিৱেশ: মুখ্যমন্ত্ৰী
‘চৰকাৰৰ সৈতে আলোচনাৰ বাবে আগ বাঢ়ি আহিছিল আলফা নেতৃত্ব’
‘আজিৰ এই চুক্তি ইয়াৰেই এক প্ৰতিফলন’
‘এই চুক্তিৰ জৰিয়তে অসমলৈ ঘূৰি আহিব সম্পূৰ্ণ শান্তি’
শান্তি চুক্তিৰ বাবে আলফা নেতৃত্বক ধন্যবাদ মুখ্যমন্ত্ৰীৰ
কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহকো ধন্যবাদ দিলে মুখ্যমন্ত্ৰীয়ে
‘এতিয়ালৈকে হোৱা সকলো চুক্তিৰ ১০০% ৰূপায়ণৰ বাবে পদক্ষেপ লৈছে গৃহ মন্ত্ৰ্যালয়ে’
আলফাৰ শান্তি চুক্তিও সম্পূৰ্ণ ৰূপায়ণ হ’ব বুলি আমি আশাবাদী: মুখ্যমন্ত্ৰী
‘অসমক শান্তি-প্ৰগতি-উন্নয়নৰ দিশত আগ বঢ়াই নিয়াই আমাৰ লক্ষ্য’

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...