প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত অসমলৈ ঘূৰি আহিছে শান্তি : অমিত শ্বাহ

আজি মোৰ বাবে এটা আনন্দৰ দিন: অমিত শ্বাহ
‘২০১৪ৰ পিছৰে পৰা অসমত স্থায়ী শান্তিৰ বাবে চেষ্টা চলোৱা হৈছে’
‘প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত অসমলৈ ঘূৰি আহিছে শান্তি’
‘এটা সময়ত হিংসাজৰ্জৰিত পৰিৱেশ আছিল অসমত’
‘এই চুক্তিৰ পিছত আলফাই সম্পূৰ্ণৰূপে অস্ত্ৰ সম্বৰণ কৰিব’
‘আনুষ্ঠানিকভাৱে মূল সুঁতিলৈ উভতি আহিব আলফা’
‘চুক্তিৰ জৰিয়তে ভাৰত চৰকাৰে প্ৰদান কৰিব বৃহৎ পেকেজ’
অসমত বিভিন্ন উন্নয়নমূলক প্ৰকল্প ৰূপায়ণ কৰিব ভাৰত চৰকাৰে: অমিত শ্বাহ
‘নিৰ্ধাৰিত সময়ৰ ভিতৰত চুক্তি ৰূপায়ণৰ বাবে ল’ব ব্যৱস্থা’
অসমত শেহতীয়াকৈ স্বাক্ষৰিত বিভিন্ন চুক্তিৰ কথা দোহাৰিলে অমিত শ্বাহে
‘ৰাজ্য চৰকাৰৰ সৈতে মিলি শান্তি চুক্তি ৰূপায়ণ কৰিব কেন্দ্ৰই’
শান্তি চুক্তিৰ বাবে পদক্ষেপ লোৱা সকলোকে ধন্যবাদ জ্ঞাপন অমিত শ্বাহৰ

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

GMCHত উপলব্ধ হ’ব কেন্সাৰৰ উন্নত থেৰাপীৰ সঁজুলি,সঁজুলি ক্ৰয়ৰ বাবে কেবিনেটৰ অনুমোদন

অসমত কেন্সাৰ চিকিৎসাৰ ক্ষেত্ৰত এক নতুন দিগন্তৰ সূচনা কৰিবলৈ...

নেপালত কিয় পুতি পেলোৱা হৈছে চিনাক্ত নোহোৱা মৃতদেহ? কেনেকৈ হ’ব মৃতদেহৰ চিনাক্তকৰণ?

নেপালত ভয়াৱহ বানত মৃত্যু হোৱা চিনাক্ত নোহোৱা মৃতদেহসমূহ পুতি...

বয়স-ফিটনেছৰ বাবে সলনি হ’ব নেকি ভাৰতৰ বিশ্বকাপ দল?

২০২৭ৰ এদিনীয়া বিশ্বকাপৰ প্ৰস্তুতি ইতিমধ্যে আৰম্ভ কৰিছে ভাৰতীয় ক্ৰিকেট...

১৫ বছৰীয়া বৈভৱৰ কান্ধত ইষ্ট জ’নৰ নেতৃত্বৰ দায়িত্ব

বেংগালুৰুৰ Centre of Excellence (CoE)ত দেওবাৰে অনুষ্ঠিত দুলীপ ট্ৰফীৰ...