কেনে যাব আপোনাৰ আজিৰ দিনটো? NK ৰাশিফল

মেষ : মেষ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত শুভ, বিদ্যাৰ্থী সকলৰ শুভ, যদিও সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

বৃষ : বৃষ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত জটিলতা বাঢ়িব পাৰে, লগতে সজাগ নহ’লে মনোমালিন্য হোৱাৰো যোগ দেখা যায়।

মিথুন : মিথুন ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনত শান্তি বাঢ়িব, মনৰ আশা পূৰণ হ’ব, লগতে যশস্যা লাভৰ যোগ দেখা যায়।

কৰ্কট : কৰ্কট ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত সাহিত্য সেৱাত মনোনিৱেশ হ’ব, যদিও শৰীৰত সামান্য ৰোগ বৃদ্ধি হ’ব পাৰে লগতে সজাগ নহ’লে প্ৰতাৰিত হ’ব পাৰে।

সিংহ : সিংহ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সফল হ’ব, লগতে কিছু অসুস্থতাত ভোগাৰ যোগ দেখা যায।

কন্যা : কন্যা ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত সুনাম বাঢ়িব, শৰীৰত সামান্য ৰোগ বাঢ়িব পাৰে যদিও প্ৰাপ্তিৰ যোগ দেখা যায়।

তুলা : তুলা ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সফল হ’ব, সম্পদ বাঢ়িব, যদিও দেহ-মনত সামান্য কষ্ট পোৱাৰ যোগ দেখা যায়।

বৃশ্চিক : বৃশ্চিক ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত সমস্যাৰ সমাধান হ’ব, লগতে ধন মান লাভ হোৱাৰ যোগ দেখা যায়।

ধনু : ধনু ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত ধন আগমন হ’ব, কৰ্মত বাধা আঁতৰিব, লগতে মনত সামান্য চিন্তা বৃদ্ধিৰ যোগ দেখা যায়।

মকৰ : মকৰ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সফল হ’ব, যুৱতী সকলৰ শুভ, যদিও মনত উদ্বেগ ভাৱ বৃদ্ধিৰ যোগ দেখা যায়।

কুম্ভ : কুম্ভ ৰাশিৰ জাতক জাতিকা সকলৰ আজি দিনটোত কৰ্ম ব্যস্ততা বাঢ়িব, যদিও সামান্য জটিলতা থাকিব পাৰে, সজাগ নহ’লে ধন-মান হানি হোৱাৰ যোগ দেখা যায়।

মীন : মীন ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সফল হ’ব, যদিও সামান্য মানসিক অশান্তি হোৱাৰো যোগ দেখা যায়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

UGCৰ ১২(বি) স্বীকৃতি লাভেৰে নতুন মাইলৰ খুঁটি স্পৰ্শ কৰিলে USTM-এ

উচ্চ শিক্ষাৰ ক্ষেত্ৰত এক ঐতিহাসিক সফলতা অৰ্জন কৰি ইউনিভাৰ্ছিটি...

২৫০ বছৰ পুৰণি ধৰ্মীয় অনুষ্ঠানৰ কাষত এতিয়াৰে পৰা কোনেও মাটি কিনিব নোৱাৰিব

আজি বিধানসভাৰ অধিৱেশনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এটা ডাঙৰ...

১৩ লাখ টকাৰ বান সাহায্য প্ৰদান কেৰিমিনাতিৰ

অসমৰ বান পৰিস্থিতিৰ বাবে ইউটিউবাৰ কেৰিমিনাতিৰ CHARITY STREAMCHARITY STREAMত...

দৈনিক কিমান কাপ কফি খোৱাটো শৰীৰৰ বাবে ভাল? কফি কেনেকৈ খোৱাটো বেছি উপকাৰী?

দৈনিক কফি খোৱাৰ অভ্যাস আছে নেকি? হৃদৰোগ বিশেষজ্ঞ আৰু...