শূন্যলৈ গুলীচালনা কৰাৰ পাছত খালী কাৰ্টিজটো ক’লৈ যায় জানেনে!

ভাৰতৰ দৰে এখন দেশত প্ৰায়ে গুলীচালনা প্ৰায়ে দেখিবলৈ পোৱা যায়; লগতে কিছু ৰাজ্যৰ বিয়া অনুষ্ঠানত গুলীচালনা কৰা দেখা যায়। ইয়াৰে কেইবাবাৰো পুলিচে পৰিস্থিতি সাপেক্ষে আৰু কেইবাবাৰো সাধাৰণ জনতাই নিজৰ আনন্দৰ বাবে শূন্যলৈ গুলীচালনা কৰা দেখিবলৈ পোৱা যায়। কেতিয়াবা আপুনি ভাবি চাইছেনে বন্দুকৰ পৰা ওলাই যোৱা গুলীটো কলৈ যায় আৰু গুলীটোৱে কিয় কাৰোৰে অনিষ্ট নকৰে।

যেতিয়া বন্দুকৰ পৰা গুলীটো উলাই যায় আৰু খালি কাৰ্টিজটো তলতে ৰৈ যায় আৰু গুলীটো নিজৰ টাৰগেট পাইগৈ। যদিহে কোনো এজন লোকক গুলী কৰা হয়, তেতিয়া গুলীটো মানুহজনৰ শৰীৰত গৈ সোমায় আৰু শূন্যলৈ গুলীচালনা কৰে তেতিয়া গুলীটো কলৈ যায়?

বন্দুকৰ গুলীটোৱে কেনেকৈ কাম কৰে? বন্দুকৰ পৰা উলাই যোৱা গুলিটো কলৈ যায়? ? যেতিয়া শূন্যলৈ গুলী কৰা যায় তেতিয়া বন্দুকৰ গুলীটো বহুদূৰলৈকে যায় আৰু মধ্যাকৰ্ষণ শক্তিৰ কাৰণে তললৈ ঘূৰি আহে। বতাহত গুলীটোৰ গতিবেগৰ লগত বতাহৰ গতিবেগ আৰু গুলীটোৰ গতিবেগৰ ওপৰত নিৰ্ভৰ কৰে।

গুলীটোৱে এটা নিদিষ্ট দূৰত্ব যোৱাৰ পাছত গুলীটো পুনৰ মাটিতো আহি পৰেহি আৰু ঘূৰি আহাৰ সময়ত গুলীটোৰ গতিবেগ একেবাৰে কমি যায়। সেইবাবেই গুলীটোৱে কাৰে একো ক্ষতি নকৰে। যদি গুলীচালনাৰ সময়ত গুলীটোৱে যিকোনো বস্তুৰ লগত খুন্দা খাই তোতিয়া গুলীটো ঘূৰি অহাৰ সম্ভাৱনা থাকে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

তেজপুৰৰ চাৰিমাইলত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

তেজপুৰৰ চাৰিমাইলত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত দুজন লোক...

কিয় BRICSৰ নৈশভোজত অংশ ন’ললে চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে ?

চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে শনিবাৰে নিশা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে...

আজিৰ পৰা ‘জুবিন সপ্তাহ’ পালন অজাপৰ; ‘নাহৰৰ দিন’ত ৰাজ্যজুৰি ১ লাখ গছপুলি ৰোপণৰ লক্ষ্য

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতি সজীৱ কৰি ৰখাৰ লগতে...

কৰ্ণাটকত শিশু শ্ৰমিকৰ বিৰুদ্ধে বৃহৎ অভিযান, উদ্ধাৰ ৮০০টা শিশু

শিশু শ্ৰমিকৰ বিৰুদ্ধে কৰ্ণাটক আৰক্ষীয়ে শনিবাৰে ৰাজ্যজুৰি চলোৱা আকস্মিক...