CBSEৰ দ্বাদশ শ্ৰেণীৰ ফলাফল ঘোষণা

CBSEৰ দ্বাদশ শ্ৰেণীৰ ফলাফল ঘোষণা। অফিচিয়েল ৱেবছাইটযোগে ঘোষণা ফলাফল।
উত্তীৰ্ণৰ হাৰ ৮৭.৯৮ শতাংশ। বিগত বৰ্ষতকৈ উত্তীৰ্ণৰ হাৰ বৃদ্ধি ০.৬৫ শতাংশ। ল’ৰাতকৈ ছোৱালীৰ উত্তীৰ্ণৰ হাৰ ৬.৪০ শতাংশ অধিক। এইবছৰ অৱতীৰ্ণ হৈছিল ১৬ লাখ ২১ হাজাৰ ২২৪ শিক্ষাৰ্থী। উত্তীৰ্ণ হৈছে ১৪ লাখ ২৬ হাজাৰ ৪২০ গৰাকী।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

HS প্ৰথম বৰ্ষৰ নামভৰ্তিৰ বাবে ‘দৰ্পন’ প’ৰ্টেল মুকলি

HS প্ৰথম বৰ্ষৰ নামভৰ্তিৰ বাবে ‘দৰ্পন’ প’ৰ্টেল মুকলি। ১৭...

দেওবাৰে RCBৰ বিৰুদ্ধে RRৰ ঘৰুৱা মেচ, জয়পুৰত উপস্থিত দলৰ অধ্যক্ষ ৰঞ্জিত বৰঠাকুৰ

চলিত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ৰ দেওবাৰে জয়পুৰৰ সবাই মানসিং...

চীনা সামগ্ৰীৰ ওপৰত পুনৰ আমেৰিকাৰ শুল্ক বৃদ্ধি: ১২৫%ৰ পৰা ১৪৫%লৈ শুল্ক বৃদ্ধি

আমেৰিকা চৰকাৰে চীনৰ পৰা আমদানি কৰা পণ্যৰ ওপৰত শুল্কৰ...

সন্ত্ৰাসবাদৰ বিৰুদ্ধে আমেৰিকা আৰু ভাৰতে একেলগে কাম কৰি যাব : আমেৰিকা

২০০৮ চনৰ ২৬ নৱেম্বৰত মুম্বাইত সংঘটিত ভয়াৱহ সন্ত্ৰাসবাদী আক্ৰমণৰ...