কাছাৰৰ লায়লাপুৰত জব্দ প্ৰায় ১৪ লাখ টকাৰ বাৰ্মিজ চুপাৰি!

কাছাৰৰ লায়লাপুৰত জব্দ প্ৰায় ১৪ লাখ টকাৰ বাৰ্মিজ চুপাৰি। মিজোৰামৰ পৰা অবৈধভাৱে সৰবৰাহ কৰাৰ সময়ত কাছাৰৰ লায়লাপুৰ জব্দ হয় তিনি খন চুপাৰি ভৰ্তি ট্ৰাক৷ তিনিখন ট্ৰাকৰ পৰা জব্দ ২,৮০০ কেজি বাৰ্মিজ চুপাৰি৷ লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বাহন তিনি খনৰ চালক ক্ৰমে জালাল আহমেদ, শ্বাহজাহান আহমেদ আৰু ফিৰোজ আহমেদক৷

ধৃত আটাইকেইজনৰ ঘৰ কাছাৰৰ ধলাইত বুলি জানিব পৰা গৈছে৷ অসম মিজোৰাম সীমান্তৰ খুলিচৰা হৈ এই তিনিখন চুপাৰি ভৰ্তি বাহন প্ৰৱেশ কৰাৰ সময়ত লায়লাপুৰ আৰক্ষীয়ে জব্দ কৰে বাহন কেইখন৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...