এইবাৰ বিহুত আপোনাৰ প্ৰিয় শিল্পী বিপিন চাউদাঙে ক’ত, কেতিয়া অনুষ্ঠান পৰিৱেশন কৰিব?

পদূলিমুখত হেঁপাহৰ ৰঙালী। ৰাজ্যজুৰি এতিয়া ৰঙালীক আদৰাৰ প্ৰস্তুতি তুংগত। প্ৰান্তে প্ৰান্তে এতিয়া শুনিবলৈ পোৱা গৈছে ঢোলৰ গুমগুমনি। বিহুৰ আখৰাত ব্যস্ত ডেকা–গাভৰুসকল। বিহু মঞ্চত কঁকাল ভাঙিবলৈ এতিয়া দিনে–নিশা চলাইছে প্ৰস্তুতি। ঠায়ে ঠায়ে চলিছে বিহুৰ আখৰা, ঢোল–পেঁপা–গগণাৰ মাতত ৰজনজনাইছে আকাশ–বতাহ।

আন আন শিল্পী সকলৰ দৰে বিহু মঞ্চৰ বাবে সাজু হৈছে সকলোৰে মৰমৰ কন্ঠশিল্পী বিপিন চাউদাং। ১৪ এপ্ৰিল তাৰিখে যোৰহাটৰ কৰ্ট ফিল্ডৰ পৰা আৰম্ভ হ’ব বিপিন চাউদাঙৰ অনুষ্ঠান। ইতিমধ্যে, শিল্পীজনে প্ৰথমখন তালিকা ৰাজহুৱা কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

IIT গুৱাহাটীৰ বিশেষ সফলতা: কচু গছ আৰু ‘জিগ-জেগ’ প্ৰযুক্তিৰে পশুপালন ফাৰ্মৰ প্ৰদূষিত পানী শোধনৰ অভিনৱ উপায়

পশুপালন খণ্ডৰ সম্প্ৰসাৰণৰ সমান্তৰালভাৱে বৃদ্ধি পোৱা পৰিৱেশ প্ৰদূষণ ৰোধৰ...

স্বাধীনতাৰ পাছত প্ৰথমবাৰৰ বাবে ডিব্ৰুগড়ৰ পৰা বিদেশলৈ মালবাহী জাহাজ; বগীবিলত জাহাজ ঘাটত শুভাৰম্ভণি অনুষ্ঠান

স্বাধীনতাৰ পাছত প্ৰথমবাৰৰ বাবে ডিব্ৰুগড়ৰ পৰা বিদেশলৈ যাত্ৰা আৰম্ভ...

প্ৰসংগঃ জুবিন গাৰ্গ মৃত্যুৰ গোচৰ; ফাষ্টট্ৰেক আদালতত সাক্ষ্য দিলে প্ৰবাসী অসমীয়া ৰূপকমল কলিতাই

জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্ত আৰু বিচাৰ প্ৰক্ৰিয়াৰ মাজতে...