কিমান দিনলৈ চলি থাকিব বঙহৰ যুঁজ? আলফা(স্বাঃ)ৰ হাতত তৃতীয়গৰাকী অসমীয়াৰ মৃত্যু

বিজু গগৈ ওৰফে ভাগ্য অসমক আলফা (স্বাঃ)ৰ মৃত্যুদণ্ড। সঞ্জীৱ, ধনজিতৰ দৰেই বিজু গগৈকো বিহা হৈছিল মৃত্যুদণ্ড। CAA আন্দোলনৰ সময়ত আলফা(স্বাঃ)ত যোগদান কৰিছিল বিজু গগৈয়ে। তিনিচুকীয়াৰ পেঙেৰিৰ আছু নেতা আছিল বিজু। আৰক্ষীৰ জালত পৰা সন্তোষ লামাই প্ৰকাশ কৰিছে এই কথা। ৫ মাহৰ পূৰ্বে আলফাত যোগদান কৰিছিল সন্তোষ লামাই। ২০২২ৰ জানুৱাৰীতে মৃত্যুদণ্ড দিয়া হৈছিল বিজু গগৈক। কেম্পৰ পৰা পলায়ন কৰিব বিচৰাৰ সময়তে গুলীয়াই হত্যা বিজু গগৈক। আলফা (স্বাঃ)ত যোগদান কৰা ১৪জন যুৱকক হত্যা কৰা হৈছে। আৰক্ষীৰ এক সূত্ৰই প্ৰকাশ কৰিছে এই কথা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়া বা চীন নহয়, এই ৩১খন দেশৰ বিৰুদ্ধে আমেৰিকাই প্ৰথমে যুঁজিব…

১৯৪৯ চনত ব্ৰিটেইন, ফ্ৰান্সৰ দৰে ইউৰোপীয় দেশৰ সৈতে আমেৰিকাই...

ভেনিজুৱেলাত চাহ একাপৰ দামত পোৱা যাব সোণ

পৃথিৱীত এনেকুৱা এখন ঠাই আছে য’ত সোণৰ দাম ভাল...

এখন গ্ৰন্থই সলনি কৰিছিল ঝি জিনপিঙৰ জীৱন…

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এক ব্যক্তিগত কথা প্ৰকাশ কৰিছে।...

বৰ্খাস্ত হোৱা মুস্তাফিজুৰে KKRৰ পৰা পাবনে ৯.২০ কোটি টকা? নিয়মবোৰ কি কি?

IPLৰ পৰা মুস্তাফিজুৰ ৰহমান বাদ পৰাৰ পিছত বিতৰ্ক বহু...