৬২ বছৰ বয়সত বিয়াত বহিল প্ৰধানমন্ত্ৰী

৬২ বছৰ বয়সত বিয়াত বহিল প্ৰধানমন্ত্ৰী। প্ৰথমে বন্ধুত্ব তাৰ পিছত প্ৰেম। শেষত দীৰ্ঘদিনৰ প্ৰেমিকাৰে বিয়াত বহিল প্ৰধানমন্ত্ৰী। অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এন্থনী এলবানেজে বিয়া কৰালে জোডি হাইডেনক। বিগত বৰ্ষৰ ভেলেণ্টাইন ডে’ত বাগদান কৰিছিল প্ৰধানমন্ত্ৰীজনে। কিছুসংখ্যক ঘনিষ্ঠ লোকৰ উপস্থিতিত সম্পন্ন হ’ল প্ৰধানমন্ত্ৰীৰ বিয়া। অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীৰ বিবাহক লৈ চৰ্চাও হৈছে বিশ্বজুৰি। প্ৰধানমন্ত্ৰী নিজেই ছ’চিয়েল মিডিয়াত প’ষ্ট দিছে বিয়াৰ। সোমবাৰে ৫ দিনৰ হনীমুনত যাব নৱ দম্পতী। ২০১৯ চনত প্ৰথম পত্নীৰ সৈতে হৈছিল বিবাহ বিচ্ছেদ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

খেলি থাকোঁতেই মুখত সোমাল লোহাৰ ৰড! ৪০ মিনিটৰ জটিল অস্ত্ৰোপচাৰত প্ৰাণৰক্ষা ৫ বছৰীয়া শিশুৰ

গুজৰাটৰ পাটন জিলাৰ সামি তালুকাৰ বেদ গাঁৱত সংঘটিত হৈছে...

মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, কামজঙত ২৮টা ঘৰ জ্বলাই দিয়াৰ অভিযোগ

মণিপুৰৰ কামজং জিলাত বিগত ২৪ ঘণ্টাত পৃথক পৃথক ঘটনাত...

এছিয়ান পেৰা গেমছত মোনা আগৰৱালৰ স্বৰ্ণ জয়; অৱনী লেখাৰাই লাভ কৰিলে ৰূপৰ পদক

এছিয়ান পেৰা গেমছত ভাৰতৰ পদক অভিযান আৰম্ভ হ’ল স্বৰ্ণ...