অসম

পেৰিছত বিশিষ্ট উদ্যোগপতি, সমাজকৰ্মী পৱন আগৰৱালাক ‘ভাৰত গৌৰৱ’ সন্মান

অভিনেতা অনু কাপুৰ, পদ্মভূষণ কমলেশ পেটেলসহ ৩২জনলৈ এই বঁটা বিশিষ্ট উদ্যোগপতি-ব্যৱসায়ী-সমাজকৰ্মী পৱন আগৰৱালাই লাভ কৰিছে ‘ভাৰত গৌৰৱ’ সন্মান।ফ্ৰান্সৰ ৰাজধানী পেৰিছত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত প্ৰদান...

শিশু সাহিত্য অকাডেমি বঁটাৰে বিভূষিত হ’ল ৰঞ্জু হাজৰিকা

অৱশেষত শিশু সাহিত্য অকাডেমি বঁটাৰে বিভূষিত হ’ল ৰঞ্জু হাজৰিকা২০৪খন শিশু গ্ৰন্থ লিখাৰ পিছতহে হাজৰিকাই পালে এই সন্মন‘বিপন্ন বিস্ময়ৰ খেল’ নামৰ শিশু উপন্যাসৰ বাবে এই...

কেতিয়া বিধায়ক পদ খাৰিজ হ’ব ৫ কংগ্ৰেছ বিধায়কৰ?

প্ৰসংগ: বিধায়ক পদ খাৰিজকেতিয়া বিধায়ক পদ খাৰিজ হ'ব পাঁচ কংগ্ৰেছ বিধায়কৰ?অধ্যক্ষৰ লেহেমীয়া স্থিতিক লৈ ক্ষুন্ন কংগ্ৰেছ কংগ্ৰেছৰ যুদ্ধংদেহী স্থিতি পাঁচ বিশ্বাসঘাতক বিধায়কৰ বিৰূদ্ধে।কংগ্ৰেছত থাকি বিজেপিক...

আৰক্ষীৰ বৰঘৰতে বৰবিহৰ বেহা

সৰিয়হৰ ডুলিতে ভূতঅসম আৰক্ষীত ড্ৰাগছ বেপাৰী আৰক্ষীৰ বৰঘৰতে বৰবিহৰ বেহাআৰক্ষীৰ গাড়ীৰেই চলে ড্ৰাগছৰ সৰবৰাহপুনৰ আৰক্ষীৰ জালত ড্ৰাগছসৰবৰাহকাৰী আৰক্ষী মাৰাত্মক ড্ৰাগছৰ অবাধ প্ৰচলনে পংগু কৰিছে ৰাজ্যৰ...

বাহিৰত সুখৰ, বিলাসী জীৱন… ভিতৰি শেষ হৈ গৈছিল মালবিকা

অসমৰ পৰা গৈ মুম্বাইত অভিনয়েৰে পৰিচয় লাভ কৰা এগৰাকী অভিনেত্ৰীৰ ৰহস্যজনক মৃত্যু। কৰিমগঞ্জৰ নুৰ মালবিকা দাসৰ মৃত্যুক লৈ এতিয়া ঘনীভূত হৈছে ৰৈছে। মুম্বাইৰ নিজা...

Popular