অসম

১৭ ৰাজ্যলৈ ৯,৮৭১ কোটি টকা ৰাজহ ঘাটি অনুদান মুকলি | অসমৰ বাবে ৫৩১.৩৩ কোটি টকা

গুৱাহাটী, ৯ জুন, NKTV: বিত্ত মন্ত্ৰালয়ৰ ব্যয় বিভাগে মঙলবাৰে ২০২১-২২ বৰ্ষৰ বাবে ১৭খন ৰাজ্যলৈ ৯,৮৭১ কোটি টকাৰ হস্তান্তৰ ৰাজহ ঘাটি (PDRD) অনুদানৰ তৃতীয় মাহিলী কিস্তি মুকলি...

ড° মনােৰমা বৰগােহাঞিৰ বিয়ােগত মুখ্যমন্ত্ৰীৰ শােক প্রকাশ

গুৱাহাটী, ৮ জুন, NKTV: বিশিষ্ট গীতিকাৰ, কবি, শিশু সাহিত্যিক ড° মনােৰমা বৰগােহাঞিৰ বিয়ােগত গভীৰ শােক প্রকাশ কৰিছে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই। আজি এক শােকবার্তাত...

আজি কেবিনেটত কি কি সিদ্ধান্ত হ’ল?

গুৱাহাটী, ৮ জুন, NKTV: মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত জনতা ভৱনত আজি অনুষ্ঠিত কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। কেবিনেটৰ মুখপাত্ৰসকলে সংবাদ...

কৃষিখণ্ডৰ সামগ্রিক দৃশ্যপট উজ্জীৱিতকৰণৰ বাবে এক বিশেষ মিছন গঠনৰ ৰূপৰেখা প্রস্তুত কৰিবলৈ মুখ্যমন্ত্ৰীৰ নির্দেশ

গুৱাহাটী, ৭ জুন, NKTV: মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কৃষিমন্ত্রী অতুল বৰাৰ উপস্থিতিত জনতা ভৱনস্থিত নিজ কার্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এক বৈঠকত আজি কৃষি বিভাগৰ কাম-কাজৰ...

অসমৰ ভূমি আৰু পৰিচয় সুৰক্ষিতকৰণৰ বাবে ৰাজ্য চৰকাৰ প্রতিশ্রুতিবদ্ধ: মুখ্যমন্ত্রী

গুৱাহাটী, ৭ জুন, NKTV: মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি দৰং জিলাৰ ছিপাঝাৰৰ গৰুখুটি অঞ্চল ভ্রমণ কৰি ঢলপুৰ শিৱ মন্দিৰৰ ওচৰত অবৈধ বসতিস্থাপনকাৰীয়ে বেদখল কৰা নৈপৰীয়া...

Popular