অসম

নিশাৰ ভিতৰতে আটক ৪৫৩জন মাটিৰ দালাল

ৰাজ্যজুৰি মাটিৰ দালালৰ বিৰুদ্ধে আৰক্ষীৰ তীব্ৰ অভিযান। নিশাৰ ভিতৰতে আটক ৪৫৩জন দালালক। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে তৎপৰ আৰক্ষী। নলবাৰীত সাংবাদিকসহ ১০ দালালক আটক। ধুবুৰীত আটক...

শান্তি আলোচনাৰ নামত চৰকাৰে দেখুওৱা ‘সন্দেহজনক তৎপৰতা’ৰ অন্তৰ্নিহিত অভিপ্ৰায় ৰাজহুৱা কৰক : প্ৰদেশ কংগ্ৰেছ

NSCN (IM)ৰ সৈতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ আলোচনা সন্দৰ্ভত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰাৰ প্ৰতিক্ৰিয়া: ২০১৫ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াই...

NSCN (IM) প্ৰধানৰ সৈতে NEDAৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মাৰ ৰুদ্ধদ্বাৰ বৈঠক

নাগালেণ্ডৰ চুমুকডিমাত NSCN (IM)ৰ প্ৰধান থুইগালেং মুইভাৰ সৈতে নেডাৰ আহ্বায়ক তথা অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ৰুদ্ধদ্বাৰ বৈঠক: বৈঠকত উপস্থিত নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিঅ'...

মঙলবাৰে NSCN(I-M)ৰে আলোচনাত বহিব চৰকাৰ

মঙলবাৰে NSCN(I-M)ৰে আলোচনাত বহিব চৰকাৰআলোচনাত বহিব মধ্যস্থতাকাৰী এ কে মিশ্ৰভাগ ল’ব NSCN(I-M)ৰ সাধাৰণ সম্পাদক টি মুইভাইনেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মায়ো ভাগ ল’ব আলোচনাতডিমাপুৰৰ ছুমুকেডিমা...

এথলেটিকচৰ ৰাষ্ট্ৰীয় পৰ্যায়ত অম্লান বৰগোহাঁইৰ সাফল্য

• এথলেটিকচৰ ৰাষ্ট্ৰীয় পৰ্যায়ত নৱতম তাৰকা অম্লান বৰগোহাঁইৰ সাফল্য• ২০০ মিটাৰত ২০.৭৫ ছেকেণ্ডত ব্যক্তিগত শ্ৰেষ্ঠতম প্ৰদৰ্শন অম্লানৰ• ৰাজ্যিক অভিলেখ আৰু মীট ৰেকৰ্ডসহ সোণৰ পদক...

Popular