অসম

প্ৰধানমন্ত্ৰীক সাক্ষাতৰ বাবে পদব্ৰজে অসমৰ যুৱক

ভাৰ্গৱ হাজৰিকা, চামগুৰি কেইবাদশক ধৰি ৰাজ্যৰ আৰ্থসামাজিক ক্ষেত্ৰত বিশেষভাৱে প্ৰভাৱ বিস্তাৰ কৰি আহিছে অসমৰ চাহ জনগোষ্ঠীয় লোক সকলে। কিন্তু তাৰ পিছতো প্ৰতিখন চৰকাৰৰ দিনত যেন...

এবছৰলৈ সম্প্ৰসাৰণ নহয় হিমন্ত বিশ্ব মন্ত্ৰীসভা

অহা এবছৰলৈ ৰাজ্যত সম্প্ৰসাৰণ নহয় মন্ত্ৰীসভাৰকামাখ্যাত এক কাৰ্যসূচীত অংশ লৈ মুখ্যমন্ত্ৰীৰ এই ঘোষণা‘নিগম-নিকায়ৰ ব্যাপক সাল-সলনি কৰা হৈছে’‘বহুজনক নতুন দায়িত্ব অৰ্পণ কৰা হৈছে’‘নতুন দায়িত্ব লাভ...

গুৱাহাটীৰ ক’ত ক’ত ফুটাব নোৱাৰিব ফটকা?

দীপাৱলী উপলক্ষে হাই এলাৰ্ট জাৰি কৰিছে মহানগৰ আৰক্ষীয়েআৰক্ষীৰ মধ্য জিলাই জাৰি কৰিছে এক নিৰ্দেশনাগুৱাহাটী তেল শোধানাগাৰৰ ৫০০ মিটাৰৰ ব্যাসাৰ্ধত ফুটাব নোৱাৰিব ফটকাসাতগাঁও অইল ইণ্ডিয়া...

ভূপেন বৰাই ৰাজনীতিৰ পৰা সন্ন্যাস লওঁকঃ ড০ অমিয় কুমাৰ ভূঞা

ৰাজ্যৰ পাঁচ সমষ্টিৰ উপ-নিৰ্বাচনৰ ফলাফলক লৈ বিহপুৰীয়া বিধান সভা সমষ্টিৰ বিধায়ক ড০ অমিয় কুমাৰ ভূঞাৰ লগতে সমষ্টিটোৰ কাৰ্যকৰ্তাসকল উৎফুল্লিত হৈ পৰিছে। নেতৃত্ব, দল আৰু...

মুকলিৰ বাবে সাজু চুপাৰ মাৰ্কেটৰ নিৰ্মীয়মান উৰণীয়া সেতু

মুকলিৰ বাবে সাজু মহানগৰীৰ চুপাৰ মাৰ্কেটৰ নিৰ্মীয়মান উৰণীয়া সেতু। দীপাৱলীৰ দিনা অৰ্থাৎ বৃহস্পতিবাৰে মুকলি কৰা হ'ব উৰণীয়া সেতুখন। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উন্মোচন...

Popular