ফোন ৰেকৰ্ডিঙৰ ব্যৱস্থা থকা মোবাইল এৰিব লাগিব আৰক্ষীয়ে

বিধায়কৰ দুটাকৈ ফোনকল ভাইৰলৰ পিছত তৎপৰ অসম আৰক্ষী। আৰক্ষী অধীক্ষকলৈ DGP কাৰ্যালয়ৰ গোপন নিৰ্দেশ। ফোন ৰেকৰ্ডিঙৰ ব্যৱস্থা থকা মোবাইল এৰিব লাগিব আৰক্ষীয়ে। প্ৰতিখন জিলাৰ আৰক্ষীয়ে এৰিব লাগিব এনে মোবাইল। আনইনষ্টল কৰিব লাগিব ৰেকৰ্ডিং এপ। বিধায়ক অমিয় ভূঞাৰ দুটা ফোনকল ভাইৰেলৰ পিছতে এই নিৰ্দেশ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

AC নোহোৱাকৈয়ে কমাব পাৰিব কোঠাৰ ভিতৰৰ আৰ্দ্ৰতা: ঘৰখনক আৰামদায়ক কৰি ৰাখিবলৈ কিছু সহজ টিপছ

বৰ্ষাকাল বা বাৰিষাৰ আগমন নিশ্চয়কৈ এক সকাহজনক খবৰ। কিন্তু...

প্ৰধানমন্ত্ৰী মোদী বিশ্বৰ অন্যতম শক্তিশালী নেতা: ২০১৯ৰ MAN vs WILDৰ স্মৃতি ৰোমন্থন বিয়েৰ গ্ৰিলছৰ

ব্ৰিটেইনৰ প্ৰখ্যাত দুঃসাহসী অভিযাত্রী তথা জনপ্ৰিয় দূৰদৰ্শন ব্যক্তিত্ব বিয়েৰ...