অসম

মধুপুৰ সত্ৰত সাঁচিপতীয়া পুথি সংৰক্ষণৰ আলোচনা চক্ৰ-গ্ৰন্থ উন্মোচন

কোচবিহাৰৰ মধুপুৰ সত্ৰত বুঢ়ীৰপো গোবিন্দ আতৈৰ তিথিৰ লগত সংগতি ৰাখি আজি ভাৰতীয় নৃকুল গ্ৰন্থাগাৰ সংস্থাই "সাঁচিপতীয়া পুথি আৰু ঐতিহ্য সংৰক্ষণ" শীৰ্ষক আলোচনাচক্ৰ অনুষ্ঠিত কৰাৰ...

যোৰহাটত কন্যাসহ ব্ৰহ্মপুত্ৰত জপিয়াই আত্মহননৰ চেষ্টা এগৰাকী মহিলাৰ!

যোৰহাটৰ নিমাতীঘাটত অঘটন। নিজ কন্যাসহ ব্ৰহ্মপুত্ৰত জপিয়াই আত্মহননৰ চেষ্টা এগৰাকী মহিলাৰ। মাতৃৰ সৈতে ৮ বছৰীয়া কন্যাই ফেৰীঘাটৰ সমীপতে একেলগে জাপ দিলে ব্ৰহ্মপুত্ৰত। স্থানীয় ৰাইজৰ...

ক’ভিডত নতুনকৈ আক্ৰান্ত ৪৪৬জন লোক

ৰাজ্যত ক্ৰমাৎ সুস্থিৰ হৈছে ক’ভিড পৰিস্থিতি। শনিবাৰে অসমত ক’ভিডত নতুনকৈ আক্ৰান্ত হৈছে ৪৪৬ জন লোক। গুৱাহাটী মহানগৰীত আক্ৰান্ত হৈছে ১০৯ জন লোক। কিন্তু আক্ৰান্তৰ...

মাজুলীত উপ নিৰ্বাচনৰ দিন ঘোষণা, ৭ মাৰ্চত ভোটগ্ৰহণ

মাজুলীত উপ নিৰ্বাচনৰ দিন ঘোষণা৭ মাৰ্চত ভোটগ্ৰহণ, ১০ মাৰ্চত ভোট গণনা১০ ফেব্ৰুৱাৰীত নিৰ্বাচনৰ অধিসূচনা জাৰিমনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন ১৭ ফেব্ৰুৱাৰীমনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ শেষ...

ৰাজ্যত পুনৰ এনকাউন্টাৰ!

মঙলদৈ মঙলদৈত ড্রাগছ মাফিয়ালৈ আৰক্ষীৰ গুলীচালনাআৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰোঁতেই গুলীচালনাকুদ্দুছ আলী নামৰ ড্রাগছ সৰবৰাহকাৰী গুলীবিদ্ধমঙলদৈৰ হীৰাপাৰাত সংঘটিত এই ঘটনানিশা আৰক্ষীয়ে আটক কৰিছিল ড্ৰাগছ...

Popular