ৰাজ্যত পুনৰ এনকাউন্টাৰ!

মঙলদৈ

মঙলদৈত ড্রাগছ মাফিয়ালৈ আৰক্ষীৰ গুলীচালনা
আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰোঁতেই গুলীচালনা
কুদ্দুছ আলী নামৰ ড্রাগছ সৰবৰাহকাৰী গুলীবিদ্ধ
মঙলদৈৰ হীৰাপাৰাত সংঘটিত এই ঘটনা
নিশা আৰক্ষীয়ে আটক কৰিছিল ড্ৰাগছ মাফিয়াটোক
গুলীবিদ্ধ আলীক মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি

শিলচৰ

শিলচৰত চুপাৰি মাফিয়া নিজাম উদ্দিনক এনকাউণ্টাৰ
শুকুৰবাৰে আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰোঁতেই গুলী
গুলীবিদ্ধ নিজাম উদ্দিন বৰ্তমান SMCHত চিকিৎসাধীন
ভৰিত গুলী লাগে চুপাৰি মাফিয়া নিজাম উদ্দিনৰ
শুকুৰবাৰে দুপৰীয়া কালাইনত গ্ৰেপ্তাৰ হৈছিল নিজাম উদ্দিন

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মীৰাটৰ ‘ব্লু ড্ৰাম’ হত্যাকাণ্ডত পত্নী মুস্কান ৰাস্তোগী আৰু প্ৰেমিক চাহিল শুক্লাক মৃত্যুদণ্ড

উত্তৰ প্ৰদেশৰ মীৰাটৰ বহুচৰ্চিত ‘ব্লু ড্ৰাম’ হত্যাকাণ্ডৰ গোচৰত ডাঙৰ...

জুবিন গাৰ্গৰ ন্যায়ৰ স্বাৰ্থত মোৰ সাক্ষ্যই সহায় কৰিলে জীৱন সাৰ্থক হ’ব: ৰাজেশ ভূঞা

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰক কেন্দ্ৰ কৰি আজি আদালতত সাক্ষ্যদানৰ...

‘লাঠিৰ প্ৰত্যুত্তৰ বাঁহীৰে…!’ প্ৰতিবাদকাৰীক আৰক্ষীয়ে প্ৰহাৰ কৰাৰ অভিযোগৰ মাজতে বাঁহীৰে প্ৰতিবাদ ৰাহুল গান্ধীৰ

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বুধবাৰে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ...

দুৰ্গোৎসৱক লৈ মহানগৰ আৰক্ষীৰ কঠোৰ নিৰ্দেশনা; নিশা ১০ বজাৰ পাছত উচ্চস্বৰত বজাব নোৱাৰিব মাইক

গুৱাহাটী মহানগৰীত শাৰদীয় দুৰ্গোৎসৱ সুকলমে আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ...