মাজুলীত উপ নিৰ্বাচনৰ দিন ঘোষণা, ৭ মাৰ্চত ভোটগ্ৰহণ

  • মাজুলীত উপ নিৰ্বাচনৰ দিন ঘোষণা
  • ৭ মাৰ্চত ভোটগ্ৰহণ, ১০ মাৰ্চত ভোট গণনা
  • ১০ ফেব্ৰুৱাৰীত নিৰ্বাচনৰ অধিসূচনা জাৰি
  • মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন ১৭ ফেব্ৰুৱাৰী
  • মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ শেষ দিন ২১ ফেব্ৰুৱাৰী
  • মনোনয়ন পত্ৰ পৰীক্ষাৰ তাৰিখ ১৮ ফেব্ৰুৱাৰী
  • সৰ্বানন্দ সোণোৱালৰ পদত্যাগত খালী হৈছিল মাজুলী আসন
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আপুনি NOKIAৰ মোবাইল ফোন ব্যৱহাৰ কৰিছিল নে? NOKIA ব্যৱহাৰকাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ

আপুনি ন’কিয়াৰ ফোন ব্যৱহাৰ কৰিছিল নে? যিসকলে ন’কিয়াৰ মোবাইল...

পৃথিৱীৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণৰ আকাংক্ষা; ৪টা নতুন সামৰিক ঘাটি নিৰ্মাণ কৰিব বিচাৰিছে আমেৰিকাই

বিশ্বৰ ৮০খন দেশৰ কমেও ৭৫০টা সামৰিক ঘাটি আমেৰিকাৰ নিয়ন্ত্ৰণত...

ইলন মাস্কৰ দৰমহাৰে ইখনৰ পিছত সিখন দেশ ক্ৰয় কৰিব পাৰিব আপুনি…

কিমান টকা হ'লে বহুত টকা বুলি কোৱা হয়? এক...