ভাৰতীয় এদিনীয়া ক্ৰিকেট দলত অন্তৰ্ভুক্ত শ্বাহৰুখ খান!

0 5,673

৬ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ’ব লগা ক্ৰিকেট শৃংখলাৰ বাবে সাজু হৈছে ভাৰত আৰু ৱেষ্ট ইণ্ডিজ। শৃংখলাটো আৰম্ভ হোৱাৰ আগতে ভাৰতৰ চাৰিজন খেলুৱৈ – শিখৰ ধাৱান, শ্ৰেয়াছ আয়াৰ, ৰুতুৰাজ গায়কৱাড় আৰু নেট বলাৰ নৱদীপ চাইনীকে ধৰি ভাৰতীয় দলৰ সাতজন সদস্য ক’ভিডত আক্ৰান্ত হৈছে।

আৰু তাৰ ফলত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে শনিবাৰে ঘোষণা কৰে যে, ক’ভিডৰ বাবে ঈশান কিষাণ আৰু তামিলনাডুৰ অল-ৰাউণ্ডাৰ শ্বাহৰুখ খানক ভাৰতৰ দলৰ শক্তি বঢ়াব বাবে অন্তৰ্ভুক্ত কৰা হৈছে। ইপিনে এদিনীয়া শৃংখলা কাইলৈ অৰ্থাৎ ৬ ফেব্ৰুৱাৰীৰ পৰা আহমেদাবাদত আৰম্ভ হ’ব।

Leave A Reply

Your email address will not be published.