ক’ভিডত নতুনকৈ আক্ৰান্ত ৪৪৬জন লোক

ৰাজ্যত ক্ৰমাৎ সুস্থিৰ হৈছে ক’ভিড পৰিস্থিতি। শনিবাৰে অসমত ক’ভিডত নতুনকৈ আক্ৰান্ত হৈছে ৪৪৬ জন লোক। গুৱাহাটী মহানগৰীত আক্ৰান্ত হৈছে ১০৯ জন লোক। কিন্তু আক্ৰান্তৰ সংখ্যা হ্ৰাস পালেও এতিয়াও বৃদ্ধি পায়ে আছে মৃত্যুৰ সংখ্যা। ২৪ ঘণ্টাত ৰাজ্যত ক’ভিডত মৃত্যু হৈছে ১৬ জন লোকৰ। দিনটোত সৰ্বমুঠ ২১ হাজাৰ ১৫২ টা ক’ভিড পৰীক্ষা কৰা হৈছিল। পজিটিভিটীৰ হাৰ হৈছে ২.১১ শতাংশ। সামগ্ৰিকভাৱে আৰোগ্য লাভৰ হাৰ হৈছে ৯৭.৪৪ শতাংশ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

নেপালত ধ্বংসাৱশেষৰ মাজৰ পৰা জীৱন্তে উদ্ধাৰ চীনা শ্ৰমিকসহ দুজন

নেপালত কেইবাদিনো ধৰি বোকা আৰু ধ্বংসাৱশেষৰ মাজত চলি থকা...

১৩ বছৰ পিছত চত্তীশগড়ৰ জঘন্য নক্সালবাদী হত্যাকাণ্ডৰ ১০ মাওবাদী অভিযুক্তক দোষী সাব্যস্ত

ঝীৰাম হত্যাকাণ্ড বা ঝীৰাম উপত্যকাৰ নক্সাল আক্ৰমণ হৈছে ২০১৩...

আহোম ৰাজবংশৰ ৰাজধানী ‘ৰংপুৰ-শিৱসাগৰ’ UNESCO-ৰ বিশ্ব ঐতিহ্যৰ স্বীকৃতিৰ বাবে মনোনীত

ভাৰত চৰকাৰে অসমৰ শিৱসাগৰ(ৰংপুৰ)ক UNESCO-ৰ সম্ভাব্য বিশ্ব ঐতিহ্য ক্ষেত্ৰ...