অসম

NKTV Impact | জাগীৰোডৰ দুৰ্ভগীয়া পৰিয়ালটোক সহায় কৰিবলৈ আগবাঢ়ি আহিল মন্ত্রী পীযুষ হাজৰিকা

'জনসাধাৰণ LIVE'ত জাগীৰোড সমষ্টিৰ এক দুৰ্ভগীয়া পৰিয়ালশাৰীৰিকভাৱে বিশেষ সক্ষম দুটাকৈ সন্তান; মাতৃ নিঃসহায়পৰিয়ালটোকলৈ আৱেগিক হৈ পৰিছিল অনুপম চক্ৰৱৰ্তীঅৱশেষত মন্ত্রী পীযুষ হাজৰিকাৰ চকুত পৰিল পৰিয়ালটোঅনুপম...

বিশ্ব ব্ৰহ্মাণ্ডৰ ৰহস্য ভেদ কৰিব অসমৰ বিজ্ঞানীয়ে

শীঘ্ৰে ভেদ হ’ব বিশ্ব ব্ৰহ্মাণ্ডৰ বহু ৰহস্য। মাৰ্কিন মহাকাশ গৱেষণা সংস্থা নাছাৰ উদ্যোগত আজি মুকলি কৰা হ’ব এটা অত্যাধুনিক টেলিস্ক’প। ২০ বছৰজোৰা নাছাৰ বিজ্ঞানীৰ...

আজিৰ কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক সমাপ্ত ‘আপোন ঘৰ’ৰ বাবে ১৩০ কোটি ৬৪ লাখ টকা পুনৰ মুকলিএতিয়ালৈ ৩১ হাজাৰ ৯৯৬জন চৰকাৰী চাকৰিয়াললৈ এই আঁচনিৰ অধীনত ঋণঅংগনৱাড়ী কৰ্মী-সহায়িকাই...

বন্ধ নহয় গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ ‘মিডিয়াম ৱেভ’ সেৱা

অসমবাসীৰ বাবে সুখবৰ। বন্ধ নহয় গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ ‘মিডিয়াম ৱেভ’ সেৱা। ‘মিডিয়াম ৱেভ’ সেৱা বন্ধ ৰখাৰ সিদ্ধান্ত স্থগিত ৰখা হৈছে। প্ৰচাৰ ভাৰতীৰ কৰ্তপক্ষই দিলে...

মমতা বেনাৰ্জীৰ নিৰাপত্তাৰক্ষীৰ মাৰণাস্ত্ৰ চুৰি; চোৰ অসমৰ!

পশ্চিম বংগৰ মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰক্ষীৰ মাৰণাস্ত্ৰ চুৰিঅসমৰ চোৰে লুটিলে মমতা বেনাৰ্জীৰ নিৰাপত্তাৰক্ষীৰ মাৰণাস্ত্ৰৰেলতে পশ্চিম বংগ আৰক্ষীৰ মাৰণাস্ত্ৰ চুৰি কৰিলে চোৰেঅসমৰ পৰা পশ্চিম বংগলৈ ঘুৰি যোৱা...

Popular