গুৱাহাটীৰ ক’ত ওলাইছে লাখ লাখ টকাৰ জালনোট?

গুৱাহাটীত লাখ লাখ টকাৰ জালনোট। ক্ৰাইম ব্ৰাঞ্চৰ অভিযানত জব্দ ১৫ লাখ টকাৰ জালনোট। বশিষ্ট আৰক্ষীৰ সহযোগত খানাপাৰাত ক্ৰাইম ব্ৰাঞ্চে চলাইছিল অভিযান। চেম্পিয়ন আৰ চাংমা, গ’হান্স চাংমা, চেৰিয়ান মমিন নামৰ তিনিজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

এটা বেগত ভৰাই আনিছিল বৃহৎ পৰিমাণৰ জালনোটখিনি। মেঘালয়ৰ গাৰো হিলছৰ পৰা আহিছিল তিনি অভিযুক্ত। জালনোটৰ ৰমৰমীয়া বেহা গঢ়ি তুলিছিল তিনি প্ৰৱঞ্চকে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

FBIৰ শীৰ্ষ ১০ Most Wantedৰ তালিকাত গেংষ্টাৰ গোল্ডি ব্ৰাৰ, সন্ধান দিওঁতাক ১ মিলিয়ন ডলাৰৰ পুৰস্কাৰ ঘোষণা

আমেৰিকাৰ ফেডাৰেল ব্যুৰো অৱ ইনভেষ্টিগেচন (FBI)-এ পঞ্জাৱৰ কথিত গেংষ্টাৰ...

এছিয়ান গেমছত ভাৰতৰ পঞ্চমটো সোণ,ট্ৰেপ ইভেণ্টত নীৰু ধান্দাৰ সোণৰ পদক জয়

২০২৬ৰ এছিয়ান গেমছত মঙলবাৰে মহিলাৰ ব্যক্তিগত ট্ৰেপ ইভেণ্টত সোণৰ...

ম্যানমাৰত ভয়ংকৰ বিমান আক্ৰমণ, নিহত প্ৰায় ৪৯জন

ম্যানমাৰৰ ৰাখাইন ৰাজ্যত সংঘটিত হৈছে ভয়ংকৰ বিমান আক্ৰমণ। সোমবাৰে...