অসম

ম্যানমাৰত জ্বলাই দিয়া হ’ল ৩০জনকৈ লোকক

ম্যানমাৰৰ সংঘৰ্ষ জৰ্জৰিত কায়া প্ৰদেশত শুকুৰবাৰে ৩০ জন লোকক হত্যা কৰি জ্বলাই দিয়া হয়। কাৰেন্নি মানৱাধিকাৰ গোটে প্ৰকাশ কৰা মতে কায়া প্ৰদেশৰ মোচো গাঁৱত...

NKTV Impact | ৰাজ-মৰমীলৈ সহায়ৰ হাত ডিব্ৰুগড় জিলা প্ৰশাসনৰ

পিতৃ–মাতৃক হেৰুৱাই দিশহাৰা হৈ পৰা চাবুৱাৰ দুই শিশু ৰাজ আৰু মৰমীলৈ সহায়ৰ হাত আগবঢ়ালে ডিব্ৰুগড় জিলা প্ৰশাসনে। NKTVত এই বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতে ৰাজ...

হাইলাকান্দিৰ বিদ্যালয় উপ-পৰিদৰ্শকৰ কাৰ্যালয়ৰ জ্যেষ্ঠ সহায়কক নিলম্বন

হাইলাকান্দিৰ বিদ্যালয় উপ-পৰিদৰ্শকৰ কাৰ্যালয়ৰ জ্যেষ্ঠ সহায়কক নিলম্বনহাইলাকান্দিৰ জিলা উপায়ুক্তৰ নিৰ্দেশমৰ্মে নিলম্বিত আব্দুল মালিক মজুমদাৰজালিয়াতি, ক্ষমতাৰ অপব্যৱহাৰৰ অভিযোগত নিলম্বন মজুমদাৰকঅনুকম্পামূলক নিযুক্তিৰ প্ৰাৰ্থীক মজুমদাৰে দাবী কৰিছিল...

মডাৰ্ণ স্কুলৰ আত্মহত্যাৰ চেষ্টা কৰা ছাত্ৰীৰ মৃত্যু

মৃত্যুক সাবটিলে মহানগৰীৰ মডাৰ্ণ স্কুলত আত্মহত্যাৰ চেষ্টা চলাই চিকিত্সাধীন হৈ থকা ছাত্ৰীগৰাকীয়ে। আজি পুৱা ছাত্ৰীগৰাকীক মৃত ঘোষণা কৰে চিকিত্সালয় কৰ্তৃপক্ষই। শুকুৰবাৰে স্কুলৰ তৃতীয় মহলাৰ...

অমিক্ৰনৰ বাবে নতুন SOP জাৰি ৰাজ্য চৰকাৰৰ

অমিক্ৰনৰ বাবে নতুন SOP জাৰি ৰাজ্য চৰকাৰৰ নিশা ১১:৩০ বজাৰ পৰা পুৱা ৬ বজালৈ নৈশ সান্ধ্য আইননিশা ১০:৩০ বজাত বন্ধ কৰিব লাগিব দোকান-পোহাৰ৩১ ডিচেম্বৰত নাথাকিব...

Popular