পুনৰ বহিঃৰাজ্যত অসমৰ যুৱকৰ মৃত্যু

0 33

পুনৰ বহিঃৰাজ্যত অসমৰ যুৱকৰ মৃত্যু। চেন্নাইত ৰহস্যজনকভাৱে মৃত্যু তামুলপুৰৰ প্ৰাঞ্জল দাস নামৰ যুৱকজনৰ। ৪ বছৰ ধৰি চেন্নাইৰ এটা ব্যক্তিগত কোম্পানীত কৰ্মৰত আছিল প্ৰাঞ্জল। কিন্তু হঠাৎ ২১ ফেব্ৰুৱাৰীৰ দিনা যুৱকজনৰ মৃত্যুৰ খবৰ লাভ কৰে পৰিয়ালৰ লোকে।

সতীৰ্থই যুৱকজনক হত্যা কৰাৰ সন্দেহ কৰিছে পৰিয়ালৰ লোকে। ইতিমধ্যে পৰিয়ালৰ লোকে চেন্নাইৰ আৰক্ষীৰ থানাত এজাহাৰ দাখিল কৰিছে।

Leave A Reply

Your email address will not be published.