অসম

অমিক্ৰন বৃদ্ধি পালে বাঢ়িব নিষেধাজ্ঞা! মুখ্যমন্ত্ৰীৰ ঘোষণা

অমিক্ৰন বৃদ্ধি পালে বাঢ়িব নিষেধাজ্ঞা। বছৰৰ প্ৰথম দিনটোতে ঘোষণা মুখ্যমন্ত্ৰীৰ! শনিবাৰৰ পৰা পুনৰ বলৱৎ হ’ব নৈশ সান্ধ্য আইন। ক’ভিডৰ SOP অনুসৰি নিশা ১১.৩০...

দেশত আজিৰে পৰা আৰম্ভ কিশোৰ-কিশোৰীসকলক ক’ভিড ভেকচিন প্ৰদান প্ৰক্ৰিয়া

দেশত আজিৰে পৰা আৰম্ভ কিশোৰ-কিশোৰীসকলক ক’ভিড ভেকচিন প্ৰদান প্ৰক্ৰিয়া। ১৫ৰ পৰা ১৮ বছৰ বয়সৰ কিশোৰ কিশোৰীসকলক ভেকচিন প্ৰদানৰ বাবে আৰম্ভ কৰা হৈছে পঞ্জীয়ন প্ৰক্ৰিয়া।...

আজিৰে পৰা MMCHৰ চিকিৎসা সেৱা বন্ধ

আজিৰে পৰা MMCHৰ চিকিৎসা সেৱা বন্ধMMCHৰ সলনি ধীৰেণপাৰা, পাণ্ডু FRUত ৰোগীক চিকিৎসাগুৱাহাটীত হ’ব দ্বিতীয়খন মেডিকেল কলেজ হাস্পতালআন্তঃগাঁথনিৰ উন্নীতকৰণ হ’ব MMCHৰ

বিশ্ববাসীয়ে আদৰিলে ২০২২ক, নৱবৰ্ষৰ আগমনৰ লগে লগে বিশ্বজুৰি আনন্দ উছাহৰ ঢল

সময়ৰ আলি দোমোজাত আৰু এটা বছৰে মেলানি মাগিলে। আগমন ঘটিল এটা নতুন বৰ্ষৰ। ২০২২ৰ আগমনৰ লগে লগে সূত্ৰপাত ঘটিব বহু নতুনত্বৰ। নৱবৰ্ষৰ আগমনৰ লগে...

অসমলৈ আহি আছে বুষ্টাৰ ড’জ…

ক’ভিডৰ সৈতে মোকাবিলা কৰিবৰ বাবে অসমতো প্ৰদান কৰা হ’ব বুষ্টাৰ ড’জ। ক’ভিডৰ বিৰুদ্ধে প্ৰতিৰোধ ক্ষমতা গঢ়ি তুলিবলৈ বুষ্টাৰ ড’জ প্ৰদান কৰাৰ পৰিকল্পনা। প্ৰথমে স্বাস্থ্য...

Popular