অসম

ৰাজ্যত উৰ্ধগামী ক’ভিডৰ গ্ৰাফ, মঙলবাৰে নতুনকৈ ২,৮৩৭জন আক্ৰান্ত

মঙলবাৰে ৰাজ্যত নতুনকৈ ২,৮৩৭জন ক’ভিড আক্ৰান্তকামৰূপ(মঃ) জিলাত চিনাক্ত হৈছে ৮৭০জন ক’ভিড আক্ৰান্তদিনটোত ক’ভিড পৰীক্ষা সম্পন্ন হৈছিল ৪৯,৮৪০টা২৪ ঘণ্টাত দুজন কৰ’না আক্ৰান্ত ৰোগীৰ মৃত্যুসংক্ৰমণৰ হাৰ...

আলফা নেতা জীৱন মৰাণৰ জামিন মঞ্জুৰ

আলফা নেতা জীৱন মৰাণৰ জামিন মঞ্জুৰসময়মতে দিব নোৱাৰিলে জীৱন মৰাণৰ বিৰুদ্ধে চাৰ্জশ্বীটNIA জামিন মঞ্জুৰ কৰিলে জীৱন মৰাণৰপুৱা কাৰাগাৰৰ পৰা মুকলি জীৱন মৰাণতিনিচুকীয়াৰ কাকপথাৰৰ বাসগৃহলৈ...

একেদিনাই ২৮গৰাকী ছাত্ৰ-ছাত্ৰীৰ দেহত ক’ভিড পজিটিভ, ৬ দিনৰ বাবে বিদ্যালয় বন্ধ

এইবাৰ নলবাৰীৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয় নালান্দা পাব্লিক স্কুলত ক’ভিডৰ সন্ত্ৰাস। বিদ্যালয়খনৰ ২৮গৰাকী ছাত্ৰ-ছাত্ৰীৰ দেহত ধৰা পৰিছে ক’ভিডৰ উপস্থিতি। বিদ্যালয়খনত স্বাস্থ্য বিভাগে ক’ভিড টেষ্ট কৰাৰ...

অলিম্পিকৰ বক্সিং ৰিঙৰ পৰা ৰেম্প ৱাকলৈ লাভলীনাৰ সোণসেৰীয়া যাত্ৰা

লাভলীনা বৰগোহাঁই প্ৰতিগৰাকী অসমীয়াৰ আবেগ। টকিঅ’ত ব্ৰঞ্জৰ পদকেৰে দেশলৈ গৌৰৱ কঢ়িয়াই অনা অলিম্পিকত পদকজয়ী প্ৰথমগৰাকী অসমীয়া। বিজেন্দৰ সিং আৰু এম চি মেৰীকমৰ পিছত অলিম্পিকত...

১০ কেজি চিতলৰ সোৱাদ ল’ব মুখ্যমন্ত্ৰীয়ে

ভোগৰ ভোগজৰা লৈ আকৌ পালেহি হেঁপাহৰ ভোগালী। প্ৰতিজন অসমীয়া সাজু হৈছে প্ৰাণৰ বিহু উদযাপনৰ বাবে। উৰুকাৰ প্ৰাকক্ষণত আজি মুখ্যমন্ত্ৰীয়ে উপহাৰ হিচাপে লাভ কৰিলে ১০...

Popular