কিমান কোটিৰ কেলেংকাৰী কৰি গ্ৰেপ্তাৰ হ’ল প্ৰভাত কলিতা?

  • জলসিঞ্চন বিভাগৰ গাণনিক প্ৰভাত কলিতাক গ্ৰেপ্তাৰ
  • ৪ কোটি টকীয়া কেলেংকাৰীৰ অভিযোগত গ্ৰেপ্তাৰ গাণনিকজনক
  • নিশা গুৱাহাটীস্থিত নিজা বাসগৃহৰ পৰা টংলা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে
  • অন্তৰ্ৱৰ্তীকালীন জামিন নাকচৰ পিছতেই নিশাই গ্ৰেপ্তাৰ কলিতাক
  • উচ্চ ন্যায়ালয়ে নাকচ কৰিছিল অভিযুক্তৰ জামিন
  • কাৰ্যবাহী অভিযন্তা সত্যৰাম কলিতাৰ বিৰুদ্ধে লুণ্ঠনৰ অভিযোগ
  • বিটিআৰ জলসিঞ্চন বিভাগৰ CHD মৃগেন বড়োৰ বিৰুদ্ধেও অভিযোগ
  • টংলা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল পংকজ অসমীয়াই
  • সত্যৰাম কলিতা আৰু মৃগেন বড়ো বৰ্তমান পলাতক
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দিল্লীৰ যন্তৰ-মন্তৰত হোৱা জুলাইৰ হিংসাত্মক ঘটনাৰ তদন্তৰ বাবে পৰ্টেল মুকলি উচ্চতম ন্যায়ালয়ৰ গঠিত HPECৰ

ভাৰতৰ উচ্চতম ন্যায়ালয়ে ২০২৬ চনৰ জুলাই মাহত দিল্লীৰ যন্তৰ-মন্তৰ...

ৰাজ্যৰ বহুকইটা অঞ্চলত প্ৰশাসনৰ উচ্ছেদ অভিযান; ঘৰ হেৰুৱালে বহু পৰিয়ালে

ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংৰক্ষিত বনাঞ্চলৰ বেদখল উচ্ছেদক লৈ প্ৰশাসনৰ...