১৫ নম্বৰ ৰাষ্ট্রীয় ঘাইপথত অঘটন, ট্ৰাকে মহতিয়াই নিলে বাইক চালকক

১৫ নম্বৰ ৰাষ্ট্রীয় ঘাইপথত শোকাৱহ ঘটনা। দুৰ্ঘটনাত থিতাতে মৃত্যু ঘটে এজন যুৱকৰ। মঙলদৈ চহৰত পুৱাই সংঘটিত শোকাৱহ দুৰ্ঘটনা। মঙলদৈ চহৰৰ মাজেৰে যোৱা ১৫ নং ৰাষ্ট্রীয় ঘাইপথতে ঘটে এইটো শোকাৱহ দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে মৃত্যু হয় অতুল নাথ নামৰ এজন ৩২ বছৰীয়া যুৱকৰ।

এখন বাইক আৰু ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলতে মৃত্যু ঘটে যুৱকজনৰ। মৃত অতুল নাথৰ ঘৰ টিয়াঝাৰত। দুৰ্ঘটনা সংঘটিত কৰা AS 01 AC 7374 নম্বৰৰ ট্ৰাকখন মঙলদৈ আৰক্ষীয়ে জব্দ কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আপুনি NOKIAৰ মোবাইল ফোন ব্যৱহাৰ কৰিছিল নে? NOKIA ব্যৱহাৰকাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ

আপুনি ন’কিয়াৰ ফোন ব্যৱহাৰ কৰিছিল নে? যিসকলে ন’কিয়াৰ মোবাইল...

পৃথিৱীৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণৰ আকাংক্ষা; ৪টা নতুন সামৰিক ঘাটি নিৰ্মাণ কৰিব বিচাৰিছে আমেৰিকাই

বিশ্বৰ ৮০খন দেশৰ কমেও ৭৫০টা সামৰিক ঘাটি আমেৰিকাৰ নিয়ন্ত্ৰণত...

ইলন মাস্কৰ দৰমহাৰে ইখনৰ পিছত সিখন দেশ ক্ৰয় কৰিব পাৰিব আপুনি…

কিমান টকা হ'লে বহুত টকা বুলি কোৱা হয়? এক...