অসম

পদপথৰ মানসিক বিকাৰগ্ৰস্ত লোকক লাঠিৰে উপৰ্যুপৰি প্ৰহাৰ,কোন এই ফখৰুল ইছলাম?

নিকৃষ্ট কাণ্ড। পদপথৰ মানসিক বিকাৰগ্ৰস্ত লোকক লাঠিৰে উপৰ্যুপৰি প্ৰহাৰ বিলাসী বাহনৰ গৰাকীৰ। দলগাঁও আৰক্ষী থানাৰ অন্তৰ্গত বেছিমাৰীত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত সংঘটিত এই...

কিহৰ ভিত্তিত ভুৱা নথি দিয়া বুলি ক’লে আৰক্ষীয়ে? এইবাৰ হাই ক’ৰ্টৰ দ্বাৰস্থ হ’ল কনিষ্টবল চাকৰিৰ ‘বঞ্চিত’ প্ৰাৰ্থী

আৰক্ষীৰ কনিষ্টবলৰ নিযুক্তি প্ৰক্ৰিয়াত ভুৱা নথিপত্ৰ দিয়াৰ অভিযোগৰ পিছতে শুকুৰবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ'ল বঞ্চিত প্ৰাৰ্থী। মুঠ ৪১৪ প্ৰাৰ্থীয়ে ভুৱা নথি পত্ৰ দিয়া...

খুলি দিয়া হৈছে চাৰিখন শ্লুইচ গেট, নগাঁও, মৰিগাঁও জিলাত ভয়াৱহ হ’ব নেকি পৰিস্থিতি?

খুলি দিয়া হৈছে চাৰিখন শ্লুইচ গেট, ভয়ংকৰ ৰূপত বাঢ়িছে কাৰ্বি লাংপিৰ জলপৃষ্ঠ। পশ্চিম কাৰ্বি আংলঙত অব্যাহত থকা ধাৰাষাৰ বৰষুণৰ ফলত ভয়ংকৰ ৰূপত বৃদ্ধি পাইছে...

হাৰ্ভাৰডৰ চেণ্টাৰ অফ এষ্ট্ৰ’ফিজিক্স আৰু ইভেণ্ট হৰাইজন টেলিস্কোপৰ বিজ্ঞানীসকলে অর্জন কৰিছে মহাকাশৰ আন এক সফলতা

হাৰ্ভাৰ্ডৰ চেণ্টাৰ অৱ এষ্ট্ৰ’ফিজিক্স আৰু ইভেণ্ট হৰাইজ’ন টেলিস্ক’প নামৰ বিশ্বজোৰা দূৰবীণৰ বিশাল নেটৱৰ্কৰ সৈতে জড়িত বিজ্ঞানীসকলে অৰ্জন কৰিছে পুনৰ এক বিস্ময়কৰ আৰু বিৰল প্ৰাপ্তি।...

কাইলৈ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালত বিশাল নিযুক্তি সমাৰোহ

প্ৰতিশ্ৰুতি পালনৰ দিশে আগবাঢ়িছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ১ লাখ নিবনুৱাৰ নিযুক্তিৰ অংশ হিচাপে ৰাজ্য চৰকাৰে কাইলৈ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আয়োজন কৰিব...

Popular