অসম

ধৰ্মীয় সংখ্যালঘুক উচটনিৰ অভিযোগ PFIৰ বিৰুদ্ধে

অসমতো PFIৰ বিৰুদ্ধে মাৰাথান অভিযান NIA-EDৰএইপৰ্যন্ত ১০জন PFI নেতাক গ্রেপ্তাৰসংগঠনটোৰ বিৰুদ্ধে ৰাষ্ট্রবিৰোধী কাৰ্যকলাপৰ অভিযোগএইসকল PFI নেতাই সাম্প্রদায়িক হিংসাত উদগনি জগোৱাৰ অভিযোগচৰকাৰৰ বিভিন্ন পদক্ষেপক লৈ...

চিমেণ্ট কোম্পানীৰ পৰা টকা ল’বলৈ মন্ত্ৰী পাটোৱাৰীয়ে অফাৰ দিছিল অতুল বৰাক

উলুৰূপী সিংঘালৰ লগতে এইবাৰ পোৰা গ’ল বগৰীৰূপী পাটোৱাৰীGMC কৰ সংগ্ৰহৰ কথা ক’বলৈ গৈ আজুৰিলে মন্ত্ৰী পাটোৱাৰীকচিমেণ্ট কোম্পানীৰ সৈতে আপোচ কৰা নাছিল অতুল বৰাইচিমেণ্ট কোম্পানীৰ...

হাগ্রামাৰ ৰিজ’ৰ্টত কি চলিছে?

২ বড়ো যুৱতীৰ শ্লীলতা হানিৰ চেষ্টা যুৱকৰহাগ্ৰামা মহিলাৰীৰ পত্নীৰ মালিকানাধীন ৰিজ’ৰ্টত জঘন্য ঘটনা!বাথৌ খেৰাই ৰিজ’ৰ্টত ১৭ ছেপ্টেম্বৰৰ নিশাৰ ঘটনাউদ্দাম নৃত্যৰ মাজতে দুগৰাকী যুৱতীৰ শ্লীলতা...

১ তাৰিখলৈ ৰ’ব নালাগে, ২৯ ছেপ্টেম্বৰতে পাব দৰমহা!

চৰকাৰী কৰ্মচাৰীলৈ সুখবৰ। ২৯ ছেপ্টেম্বৰৰ পৰা দৰমহা পাব ৰাজ্য চৰকাৰৰ কৰ্মচাৰীয়ে। দুৰ্গা পূজা উপলক্ষে সিদ্ধান্ত অসম চৰকাৰৰ। দৰমহা আগতীয়াকৈ মুকলি কৰি দিয়াৰ ঘোষণা হিমন্ত...

প্ৰথম ৬ মিনিটতে দুটাকৈ গ’ল, চন্দ্ৰপুৰত কোনে মাৰিলে শেষ হাঁহি?

চন্দ্ৰপুৰস্থিত ৰঙা ফিল্ডত অনুষ্ঠিত হৈ থকা পঞ্চম লেছি টাৰো সোঁৱৰণী প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাত বৃহস্পতিবাৰে অনুষ্ঠিত হয় প্ৰথমখন চেমি ফাইনেল। প্ৰথমখন চেমি ফাইনেল পি.এছ.এ মণিপুৰ...

Popular