ধৰ্মীয় সংখ্যালঘুক উচটনিৰ অভিযোগ PFIৰ বিৰুদ্ধে

  • অসমতো PFIৰ বিৰুদ্ধে মাৰাথান অভিযান NIA-EDৰ
  • এইপৰ্যন্ত ১০জন PFI নেতাক গ্রেপ্তাৰ
  • সংগঠনটোৰ বিৰুদ্ধে ৰাষ্ট্রবিৰোধী কাৰ্যকলাপৰ অভিযোগ
  • এইসকল PFI নেতাই সাম্প্রদায়িক হিংসাত উদগনি জগোৱাৰ অভিযোগ
  • চৰকাৰৰ বিভিন্ন পদক্ষেপক লৈ ধৰ্মীয় সংখ্যালঘুক উচটনিৰ অভিযোগ
  • ছ’চিয়েল মিডিয়াযোগেও উচটনিমূলক প্রচাৰৰ অভিযোগ
  • বহিঃৰাজ্যৰ ঘটনাক লৈ ৰাজ্যবাসীক বিপথে পৰিচালিত কৰাৰ অভিযোগ
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

‘তোমাৰ স্থান জে’লত…’; উচ্চতম ন্যায়ালয়ত কিয় ভৰ্ৎসনা বলিউদৰ অভিনেতা ৰাজপাল যাদৱক?

চেক বাউন্সৰ দীৰ্ঘদিনীয়া গোচৰত আদালতৰ নিৰ্দেশ অনুসৰি নিৰ্ধাৰিত সময়ৰ...

মহানগৰীত উদণ্ড চালকৰ অতপালি; কৰ্তব্যৰত আৰক্ষীক মহটিয়াই পলায়নৰ চেষ্টা

মহানগৰী গুৱাহাটীত পুনৰ সংঘটিত হৈছে উদণ্ড চালকৰ অতপালি। কৰ্তব্যৰত...

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনত EVM বিকল; ভোটগ্ৰহণৰ মাজতে হাহাকাৰ

আজি অনুষ্ঠিত হৈছে নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ। পুৱা...