৫ যুৱকৰ কামনাৰ বলি দলিত কিশোৰী

উত্তৰপ্ৰদেশত পুনৰ দলবদ্ধ ধৰ্ষণৰ ঘটনা
এইবাৰ ঘটনাৰ স্থান পিলিভিট জিলাৰ মাধোতাণ্ডা
৫ যুৱকৰ কামনাৰ বলি দলিত কিশোৰী
ধৰ্ষণৰ পিছতে জ্বলাই দিয়া হ’ল কিশোৰীগৰাকীক
দুৰ্বৃত্তৰ দলটোৱে কাঢ়ি লয় কিশোৰীগৰাকীৰ কাপোৰ-কানি
উলংগ অৱস্থাতেই ২ কিলোমিটাৰ খোজকাঢ়ি যায় ঘৰলৈ

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মহানগৰীত উদণ্ড চালকৰ অতপালি; কৰ্তব্যৰত আৰক্ষীক মহটিয়াই পলায়নৰ চেষ্টা

মহানগৰী গুৱাহাটীত পুনৰ সংঘটিত হৈছে উদণ্ড চালকৰ অতপালি। কৰ্তব্যৰত...

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনত EVM বিকল; ভোটগ্ৰহণৰ মাজতে হাহাকাৰ

আজি অনুষ্ঠিত হৈছে নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ। পুৱা...

IIT গুৱাহাটীৰ বিশেষ সফলতা: কচু গছ আৰু ‘জিগ-জেগ’ প্ৰযুক্তিৰে পশুপালন ফাৰ্মৰ প্ৰদূষিত পানী শোধনৰ অভিনৱ উপায়

পশুপালন খণ্ডৰ সম্প্ৰসাৰণৰ সমান্তৰালভাৱে বৃদ্ধি পোৱা পৰিৱেশ প্ৰদূষণ ৰোধৰ...