অসম

অভিজিত ভট্টাচাৰ্যই লভিতা লিখিবলৈ চেষ্টা নকৰাই ভাল!

অভিজিত ভট্টাচাৰ্যই লভিতা লিখিবলৈ চেষ্টা নকৰাই ভাল। লভিতা জ্যোতিপ্ৰসাদ আগৰৱালাৰ অমৰ সৃষ্টি। 'লভিতা' বিতৰ্কক লৈ প্ৰথম প্ৰতিক্ৰিয়া নাট্যকাৰ, শিল্পী হিমাংশু প্ৰসাদ দাসৰ। https://youtu.be/OVAyJvyBTz8 ইতিমধ্যে ৰাজ্যজুৰি...

The voice of Nepalত বিচাৰক প্ৰমোদ খৰেলে গালে জুবিনৰ গান

মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি...অসমতে নহয়, নেপালতো জনপ্ৰিয় জুবিন গাৰ্গ। The voice of Nepalত অসমৰ উপাসনা ৰিজালৰ সন্মুখত বিচাৰক প্ৰমোদ খৰেলে পৰিৱেশন...

BCCIৰ যুটীয়া সম্পাদক হ’ব এজন অসমীয়া!

BCCIৰ আমূল পৰিৱৰ্তনৰ বাবে প্ৰস্তুতি তুংগতACAৰ পৰা BCCIলৈ যাব দেৱজিৎ লন শইকীয়াশইকীয়া BCCIৰ যুটীয়া সম্পাদক হোৱাৰ সম্ভাৱনামঙলবাৰে মনোনয়ন দাখিল কৰিলে দেৱজিৎ শইকীয়াইBCCIৰ সাল-সলনিক লৈ...

কষ্ট হ’লেও যুঁজলৈ সাজু গৌৰৱ গগৈ

’২৪ লৈ টঙালি বান্ধিছে বিজেপিয়েবিজেপিৰ এইবাৰ টাৰ্গেট কলিয়াবৰগৌৰৱ গগৈক উৎখাতৰ সংকল্প সৰ্বানন্দ সোণোৱালৰবিজেপিক কলিয়াবৰলৈ আদৰণি গৌৰৱ গগৈৰ’২৪ত কলিয়াবৰ দখল কৰিব বিজেপিয়েকষ্ট হ’লেও যুঁজলৈ সাজু...

আকৌ বৃদ্ধি পালে চিটীবাছৰ ভাড়া

আকৌ বৃদ্ধি পালে চিটীবাছৰ ভাড়ানুন্যতম ১০ টকাৰ পৰা সৰ্বাধিক ৩০ টকালৈ বৃদ্ধি ভাড়াসংগোপনে ভাড়া বৃদ্ধিক লৈ সৰ্বত্ৰ প্ৰতিক্ৰিয়াNKTVৰ বাতৰিৰ পিছতেই স্পষ্টীকৰণ আঞ্চলিক পৰিবহণ প্ৰাধিকাৰীৰ০-৫...

Popular